নির্বাচন আয়োগে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৱে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে পঞ্চম আৰু ষষ্ঠ পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৯টা আৰু ৫৭টা সংসদীয় সমষ্টিত নিয়োজিত পৰ্যৱেক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয়।
Assamese | May 15, 2024 8:03 PM | Election Commission
লোকসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা নির্বাচন আয়োগৰ