May 26, 2024 8:42 PM
27
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ বিহাৰৰ কাৰাকাটত নিৰ্বাচনী প্ৰচাৰ
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে এই বুলি দাবী কৰিছে যে, তেওঁৰ চৰকাৰে চলিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়লৈকে ৩১০ খন আসনৰ সংখ্যা পাৰ কৰিছে আৰু দুটা পৰ্যায়ৰ পৰা দলে এন ডি এৰ সহযোগী মিত্ৰজোঁটৰ সৈতে ৪০০ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। বিহাৰৰ কাৰাকাটত আজি এটা ৰেলীক সম্বোধন কৰি শ্...