May 27, 2024 12:13 PM

views 20

আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য কৰা হৈছে। সেই অনুসৰি যোৰহাট, কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া ১২ বজালৈ, উ...

May 27, 2024 12:12 PM

views 22

যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৫৬ খন নতুন ফুট অ’ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱে ইয়াৰ সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহত যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে শীঘ্ৰে কেতবোৰ ষ্টেচনৰ ৫৬ খন নতুন ফুট অ'ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যাত্ৰীসকলে যাতে সুৰক্ষিতভাৱে এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰ...

May 27, 2024 12:11 PM

views 23

অহা ২ জুনৰ পৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ কাৰ্যসূচী

অহা ১ জুনৰ পৰা বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলিফ ফেক্টৰীসমূহে এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অহা ২ জুনৰ পৰা প্ৰতিবাদ কাৰ্যসূচী ৰূ...

May 27, 2024 12:09 PM

views 29

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত দীপা কর্মকাৰৰ স্বর্ণ জয়

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বর্ণ জয় কৰি দীপা কর্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলিট হিচাপে কৃতিত্ব অর্জন কৰিছে। উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত এই প্রতিযোগিতাৰ শেষৰ দিনা জিমনাষ্টগৰাকীয়ে ১৩ দশমিক ৫-৬ স্কোৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়াং আৰু জো কিয়ং বায়'লক পৰাস্...

May 27, 2024 12:07 PM

views 36

তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কলকাতা নাইট ৰাইডাৰছৰ

কলকাতা নাইট ৰাইডাৰ্ছে কালি ছানৰাইৰ্জাছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত কলকাতাই ১১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র ১০ অভাৰ ৩টা বলতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্...

May 27, 2024 12:04 PM

views 22

কাইলৈৰ পৰা কোকৰাঝাৰকে ধৰি ৫ খন জিলাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেলুৱৈ বাচনি শিবিৰ

ভাৰতীয় সেনাৰ উদ্যোগত আৰু বি টি আৰ চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা ২৬ জুলাইৰ পৰা ৩১ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত অংশ ল'ব পৰাকৈ প্ৰতিভাৱান খেলুৱৈ বাচনি কৰাৰ উদ্দেশ্যে কালি বড়োলেণ্ড এফ চিয়ে কোকৰাঝাৰ জিলা ক্রীড়া...

May 27, 2024 12:02 PM

views 24

অহা ১ আৰু ২ জুনত ঢকুৱাখনাত তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা

অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু ঢকুৱাখনা জিলা ক্রীড়া সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত ঢকুৱাখনাত তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। এই প্ৰক্ৰিয়াৰ প্ৰথম দিনা ৰেফাৰী ছেমিনাব আৰু দ্বিতীয় দিনা ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা সকলে পৰীক্ষাৰ নীতি-নিয়ম আৰু অৰ্হতা সন্...

May 26, 2024 8:56 PM

views 32

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

যোৰহাট চিকিৎসা মহাবিদ্যালয় সভাকক্ষত যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। জিলাখনত গ্ৰীষ্মকালীন ৰোগ তথা মহ, মাখি আদিৰ দ্বাৰা সংক্রমিত হ'ব পৰা বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে ...

May 26, 2024 8:52 PM

views 19

গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশ জাৰি কৰা হৈছে। যোৰহাট জিলাত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় পাঠদানৰ সময়-সূচী সন্দৰ্ভত কিছু নির্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো চৰকাৰী,...

May 26, 2024 8:47 PM

views 32

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। বিভিন্ন ...