May 31, 2024 11:51 AM

views 25

গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ কালি উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ কৃষকসকলে প্রযুক্তিগত উন্নতিক আকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৃষি সম্পৰ্কীয় উদ্যোগসমূহৰ সৈতে অত্যাধুনিক প্রযুক্তিবিদ্যা সংযোগ কৰাৰ গুৰুত...

May 31, 2024 11:41 AM

views 21

মণিপুৰত হঠাতে অহা বানৰ বিধ্বংসী ৰূপ ধাৰণ

মণিপুৰত হঠাত অহা বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইম্ফল চহৰ বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চহৰখনলৈ যোৱা প্ৰায়বোৰ পথ ডুব গৈছে। ৰাজভৱন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহো ইতিমধ্যে পানীত ডুব গৈছে। খোৱাৰমবন্দ ইমা মার্কেট আৰু অন্যান্য বজাৰসমূহ প্লাৱিত হৈ পৰিছে। মণিপুৰ আৰক্ষী, সেনা, আছাম ৰাইফলছ, ৰাষ...

May 31, 2024 11:35 AM

views 21

কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতিসৌধত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্যান আৰম্ভ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়াৰে পৰা কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতিসৌধত ধ্যান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ব'ৰ চহৰৰ ভাগৱতী আম্মান মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীক এই মন্দিৰত পূৰ্ণ কুম্ভ সন্মান প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁ এম.এল....

May 31, 2024 11:37 AM

views 19

ঐতিহ্য সংৰক্ষণৰ বাবে অর্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য হৰিৱংশ নাৰয়ণ সিঙৰ

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিৱংশ নাৰায়ণ সিঙে ঐতিহ্য সংৰক্ষণৰ বাবে অর্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ কলা নিধি বিভাগৰ উদ্যোগত কালি আয়োজিত গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যিকোনো দেশৰ থলুৱা ভাষাত কৰা ...

May 30, 2024 8:33 PM

views 25

পি এছ এ ছেলেঞ্জ কাপ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতৰ ৰাধিকা চিলান কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

হংকঙত অনুষ্ঠিত পি এছ এ ছেলেঞ্জ কাপ স্কোৱাচ প্ৰতিযোগিতাত ভাৰত ৰাধিকা চিলানে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ষষ্ঠ বাচনিৰ ভাৰতৰ ৰাধিকাই হংকঙৰ কা হুৱেন লিয়ুং ৩-২ ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত ৰাধিকাৰই মালয়েছিয়াৰ ছেহভিট্টাৰ মুখামুখি হ'ব।

May 30, 2024 8:29 PM

views 17

গোৱা ৰাজ্য দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা ৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, গোৱাৰ সজীৱ সংস্কৃতি চহকী ঐতিহ্য তথা মনোমোহা সৌন্দৰ্যৰ বাবে ভাৰত গৌৰাৱান্বিত। তেওঁ কয় যে, আধুনিকতাক আকোৱালি লোৱাৰ লগতে প্রাকৃতিক সৌন্দৰ্য সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যখনৰ দায়বদ্ধ...

May 30, 2024 8:27 PM

views 24

জম্মু-কাশ্মীৰত তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ’ খাৱৈত পৰাৰ ফলত ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী আহত

জম্মু-কাশ্মীৰৰ জম্মু জিলাৰ আখৰ উপখণ্ডৰ টুংগি ম'ৰ অঞ্চলত আজি বিয়লি তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ খাৱৈত পৰাৰ ফলত অতি কমেও ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী যাত্ৰী আহত হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি আহত লোকসকলক আখনুৰৰ উপ-চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে আৰু গুৰুতৰ...

May 30, 2024 8:25 PM

views 21

মহাত্মা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছৰ সমালোচনা

কংগ্ৰেছে আজি অলপতে মহাত্মা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে কয় যে, মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি বিশ্বৰ ৮০ খনৰো অধিক দেশত স্থাপন কৰা হৈছে আৰু তেওঁৰ বিষয়ে সমগ্ৰ বিশ্ব অৱগত। তেওঁ লগতে কয় যে, অ...

May 30, 2024 8:23 PM

views 27

বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনীতি অবিশ্বাস্যভাৱে শোচনীয় হৈছে বুলি অভিযোগ ডº মনমোহন সিঙৰ

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ডº মনমোহন সিঙে বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনীতি অবিশ্বাস্যভাৱে শোচনীয় হৈছে বুলি অভিযোগ কৰিছে। পাঞ্জাবৰ ভোটাৰ সকললৈ লিখা এখন পত্ৰত তেওঁ জনসাধাৰণক ভোটদান কৰিবলৈ আহ্বান জনাই কয় যে, বিজেপি চৰকাৰৰ শাসন কালত দেশৰ মুঠ ঘৰুৱা উৎপাদন ৬ শতাংশৰ তললৈ অবনমিত হয়। তেওঁ কয় যে কংগ...

May 30, 2024 8:08 PM

views 35

চলিত বিত্তীয় বৰ্ষত দেশৰ অর্থনীতি ৭ শতাংশ হাৰত বৃদ্ধি পাব বুলি ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰকাশ

ভাৰতীয় ৰিজার্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ অর্থনীতি ৭ শতাংশ হাৰত বৃদ্ধি পাব বুলি অনুমান কৰিছে। ২০২৩-২৪ বিত্তীয় বর্ষত অবিৰত প্ৰত্যাহ্বানৰ মাজতো অর্থনীতিয়ে প্রদর্শন কৰা স্থিতিস্থাপকতালৈ লক্ষ্য ৰাখি এই অনুমান কৰা হৈছে। ৰিজার্ভ বেংকে আজি প্রকাশ কৰা প্ৰতিবেদনত যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পর্য...