June 9, 2024 7:37 PM

views 17

শপতগ্ৰহণৰ পূৰ্বে মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ সমাধিত নৰেন্দ্ৰ মোদীৰ শ্রদ্ধার্ঘ নিবেদন

তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি পুৱা দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধী আৰু সদৈৱ অটল উদ্যানত থকা প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিত শ্রদ্ধার্ঘ নিবেদন কৰে। ইয়াৰ পিছত তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকতো পুস্প মাল্য তৰ্পন কৰে। ...

June 9, 2024 8:17 PM

views 12

টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ এৰ দ্বিতীয়খন খেলত আজি ভাৰত-পাকিস্তানৰ মুখামুখি

নিউয়ৰ্কৰ নাচাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত-পাকিস্তানৰ সন্মুখীন হৈছে। টছত জয়লাভ কৰি পাকিস্তানে প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে, ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প...

June 9, 2024 12:54 PM

views 15

ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক আজি পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭ বাজি ১৫ মিনিটত প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পা...

June 9, 2024 12:53 PM

views 17

নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্রহণ অনুষ্ঠানলৈ চুবুৰীয়া দেশৰ ভালেসংখ্যক নেতাক আমন্ত্ৰণ

একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানলৈ চুবুৰীয়া দেশৰ ভালেসংখ্যক নেতাক আমন্ত্ৰণ জনোৱা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ কেইবাগৰাকীও নেতা শপতগ্রহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।...

June 9, 2024 12:52 PM

views 21

ৰাষ্ট্ৰপতি ভৱনত নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ বাবে দিল্লীত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ

একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। শপতগ্রহণ অনুষ্ঠানৰ সময়ছোৱাত দিল্লীত পেৰাগ্লাইডাৰ, পেৰাম’ট’ৰ্ছ, হেংগ্লাইডাৰছ, মানৱৰহিত আকাশী যান আৰু উষ্ম বায়ু বেলুনসহ উপ-পৰম্পৰ...

June 9, 2024 12:50 PM

views 25

আকাশবাণী দিল্লীত আজি সন্ধিয়া ৬.৪৫ বজাৰ পৰা প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ

আকাশবাণী দিল্লীয়ে আজি সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা ৰাষ্ট্ৰপতি ভৱনত প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণীৰ এফ এম গ’ল্ড, ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব। আকাশবাণীৰ ইউ টিউব চেনেল, আকাশবাণী এ আই আৰৰ যোগে...

June 9, 2024 12:48 PM

views 13

কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে জ্যেষ্ঠ নেত্রী ছোনীয়া গান্ধীক সৰ্বসন্মতি ক্রমে বাছনি

জ্যেষ্ঠ নেত্রী ছোনীয়া গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতি ক্রমে বাছনি কৰা হৈছে। কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দলৰ নেতা ৰাজীৱ শুক্লাই কয় যে, তেওঁ ইতিমধ্যে পদ গ্রহণ কৰিছে। ইয়াৰ পূৰ্বে, কালি কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীয়ে সর্বসন্মতি ক্রমে প্ৰস্তাৱ গ্ৰহ...

June 9, 2024 12:47 PM

views 30

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। এই শপতগ্রহণ অনুষ্ঠান ভুবনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ'ব সেয়া চূড়...

June 9, 2024 12:45 PM

views 14

পোলেণ্ডৰ ইগা ছুইটেকৰ ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

বিশ্বৰ এক নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা ছুইটেকে ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে কালি ফাইনেলত ইটালীৰ জেস্মিন পাঅ’লিনিক ৬-২, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ছুইটেকে ক্ৰমাগতভাৱে তিনিবাৰকৈ ফ্ৰেন্স অপেনৰ খিতাপ হস্তগত কৰাৰ কৃতিত্ব অৰ্জন কৰে। ইপিনে, প...

June 9, 2024 12:44 PM

views 28

টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত আজি ভাৰত-পাকিস্তানৰ মেচ

ভাৰত আজি টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস...