June 10, 2024 12:01 PM

views 32

ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহ্বান জনায়। শ্রীমোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানৰ পাছত যোৱানিশা ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰত ...

June 10, 2024 11:59 AM

views 16

ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে আজি ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতা প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছ কে এম)ৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । গেংটকৰ পালিজোৰ ষ্টেডিয়ামত বিয়লি ৪ বজাত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, ...

June 10, 2024 11:58 AM

views 19

ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে ৰাজনাথ সিং-ভূপেন্দৰ যাদৱক নিযুক্তি বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যৱেক্ষণ কৰাৰ দায...

June 10, 2024 11:53 AM

views 45

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত ‘বহনক্ষম ভৱিষ্যতৰ বাবে আৱর্জনা ব্যৱস্থাপনা’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত আৱর্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং চাম্ব্যাল আৰু চাৰকুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ড° সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱর্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪...

June 10, 2024 11:51 AM

views 13

আজিৰে পৰা পঞ্চদশ কেৰালা বিধানসভাৰ একাদশ অধিৱেশন

পঞ্চদশ কেৰালা বিধানসভাৰ একাদশ অধিৱেশন আজি আৰম্ভ হ'ব। ২৮ দিনীয়া এই অধিৱেশনত বিগত ফেব্ৰুৱাৰী মাহত উত্থাপিত ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বাজেটত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন বিষয়ৰ অনুমোদন সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লক্ষ্য লোৱা হৈছে। এই উদ্দেশ্যে অধিৱেশনৰ ১৩ দিন বিশেষ আলোচনা কৰা হ'ব। আনহাতে, অধিৱেশনৰ ৫ দিনত ব্...

June 10, 2024 11:49 AM

views 22

স্পেইনৰ কাৰ্লোছ আলকাৰাজ গার্ফিয়াৰ ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল

স্পেইনৰ কাৰ্লোছ আলকাৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে। পেৰিছৰ ৰোলাঁ গ্ৰাঁত অনুষ্ঠিত ফাইনেল খেলত গার্ফিয়াই জাৰ্মানীৰ আলেকজেণ্ডাৰ জুৱেৰেভক ৬-৩, ২-৬, ৫-৭, ৬-১ আৰু ৬-২ ছেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে, খেলুৱৈগৰাকীৰ এয়া হৈছে প্ৰথমটো ফ্ৰেন্স অপেন খিতাপ। আটাইকেই...

June 10, 2024 11:47 AM

views 23

টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেটৰ এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ৬ ৰানত জয়ী ভাৰত

টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক ৬ ৰানত পৰাস্ত কৰে। নিউয়ৰ্কৰ নাছাও কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হাৰিছ ৰৌফ আৰু নাছিম শ্বাহে তিনিটাকৈ আ...

June 10, 2024 11:45 AM

views 26

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ শপতগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত কালি তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্...

June 10, 2024 11:43 AM

views 29

ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা

ওড়িশাত পৰহিলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনত আজি এই শপতগ্রহণ অনুষ্ঠান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রী নির্বাচন চূড়ান্ত নোহোৱাত এই অনুষ্ঠান বুধবাৰলৈ পিছুৱাই দিয়া হৈছে। দলটোৰ নেতা যতীন মোহান্তি আৰু বিজয়পাল সিং টোমৰে কালি শপতগ্রহণ অনুষ্ঠান পিছুৱাই দিয়াৰ কথ...

June 10, 2024 11:41 AM

views 25

মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস

মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ কাইলৈ ৬৭সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হ'ব। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ আৰু ২৪ বৰ্ষৰ সীতাজখলাৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ বাবে নন্দলাল উপাধ্যায...