June 14, 2024 11:55 AM

views 29

ৰৱনীত সিং বিত্তুৰ অধ্যক্ষতাত খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ পর্যালোচনা বৈঠক অনুষ্ঠিত

খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিত্তুৰ অধ্যক্ষতাত কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্রীসিঙক মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা আঁচনি আৰু উদ্যোগসমূহৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰোৱা হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত অহা ১৯ জনৰ পৰা ২২ ...

June 14, 2024 11:53 AM

views 28

নতুন দিল্লীত কালি কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ নমামী গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে কালি নতুন দিল্লীত নমামী গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত পৰিস্কাৰ গংগাৰ বাবে থকা ৰাষ্ট্ৰীয় অভিযান বিকশাই তোলা পৰিবেশ প্রবাহ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰা হয়। এই ব্যৱস্থা প্ৰয়াগ পোৰ্টেলৰ অবিচ্ছেদ্য অংগ। বৈঠকত মন্ত্ৰীগৰাকীয়ে গংগা আৰু ইয়াৰ উপনৈস...

June 14, 2024 11:41 AM

views 18

ডº পি কে মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু অজিত দোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি

অজিত দোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডº পি কে মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে কালি অজিত দোভাল আৰু ডº পি কে মিশ্ৰাৰ নিযুক্তিত অনুমোদন জনায়। কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেন্সন...

June 14, 2024 11:39 AM

views 32

ইটালীৰ অপুলীয়াত আজি হ’বলগীয়া জি-ছেভেন আউটৰীচ শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া জি-ছেভেন আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্রহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেলনিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীর্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱ...

June 13, 2024 7:57 PM

views 36

পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি সকিয়াই দিছে। বিভাগটোৱে কৈছে যে, উত্তৰ প্ৰদেশত পৰৱৰ্তী ৩-...

June 13, 2024 7:54 PM

views 28

অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা

ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা অষ্ট্ৰেলিয়ান অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত ৰাউণ্ড অব ছিক্সটিনৰ এখন খেলত পঞ্চম বাছনিৰ প্ৰণয়ে কেৱল মাত্র ৪৬ মিনিটত ইজৰাইলৰ মিশা জীবাৰমানক ২১-১৭, ২১–১৫ গেমত পৰাস্ত কৰে। আনখন খেলত সমীৰ বাৰ্মাই ...

June 13, 2024 7:48 PM

views 30

২০২৪-২৫ বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ

২০২৪-২৫ বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি বিত্তমন্ত্ৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে।

June 13, 2024 8:37 PM

views 42

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ বুলি ৰাওনা হৈছে। যাত্ৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ মাজত থকা সহযোগিতা সুদৃঢ় কৰিবলৈ...

June 13, 2024 7:25 PM

views 31

ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধঃ মোডী

ভাৰতে ইটালীৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। কাইলৈ হবলগীয়া জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্রীয...

June 13, 2024 7:23 PM

views 39

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ ক...