June 15, 2024 12:28 PM

views 32

গুৱাহাটী পৌৰ নিগমৰ ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয়

গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু আৱৰ্জনামুক্ত কৰি ৰখাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয় কৰিছে। লগতে আৱৰ্জনা সংগ্ৰহৰ বাবে ৬.৬৯ কোটি টকা ব্যয়ৰে ৬০খন ই-বাহন ক্ৰয় কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠৰ যানশালাৰ কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাবে পথ পৰি...

June 15, 2024 12:27 PM

views 31

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব। বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ নতুন মাচুল প্রত্যার্পণ নীতিত এই বিষয়ে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, শিক্ষার্থী আৰু অভিভাৱকসকলে নামভর্তি প্ৰত্যাহ্বাৰ অথব...

June 15, 2024 12:24 PM

views 27

যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ ক...

June 15, 2024 12:23 PM

views 32

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰিব। যোগ দিৱসৰ প্ৰস্তুতিক লৈ কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱ...

June 15, 2024 11:08 AM

views 29

ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত আয়োজিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, প্রশাসনিক ব্যৱস্থাটোক ৰাজ্যৰ জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰয়াসৰ অংশ হিচাপে এই ক্ষুদ্র সচ...

June 15, 2024 10:14 AM

views 32

অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লবেল ছাউথ অর্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায...

June 14, 2024 8:42 PM

views 24

দুদিনীয়া ভাৰত IORA ক্ৰুজ পর্যটন সন্মিলনৰ সামৰণি

নতুন দিল্লীত আজি দুদিনীয়া ভাৰত IORA ক্ৰুজ পর্যটন সন্মিলনৰ সামৰণি পৰে। বাংলাদেশ, কেনিয়া, মাদাগাস্কাৰ, মালদ্বীপ, মোজাম্বিক, শ্রীলংকা, দক্ষিণ আফ্রিকা, ছিচেলছ আৰু তাঞ্জানিয়াকে ধৰি ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েচনৰ সদস্য ৰাষ্ট্ৰৰ বিষয়া আৰু বিশেষজ্ঞসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্...

June 14, 2024 8:26 PM

views 29

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় পর্যালোচনা বৈঠকত শ্রম সচিব সুমিত্ৰা দাওৰাৰ অধ্যক্ষতা

শ্রম সচিব সুমিত্ৰা দাওৰাই আজি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে পর্যালোচনা বৈঠকত সামাজিক নিৰাপত্তাৰ সম্প্ৰসাৰণ আৰু জীৱন ধাৰণ তথা ব্যৱসায় সূচল কৰি তোলাৰ বাবে নতুন উদ্যমৰ আৱশ্যকতাত গুৰুত্ব আৰোপ ক...

June 14, 2024 8:18 PM

views 20

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ মাৰ্চ মাহত এই হাৰ ১.৪১ শতাংশলৈ হ্ৰাস পায়। খাদ্য সামগ্ৰীৰ উৎপাদন, খাৰুৱা পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, খনিজ তেল আদি বৃহৎ খণ্ডসমূহৰ মূল্যবৃদ্ধিয়ে, পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতিৰ বৃদ্ধ...

June 14, 2024 8:15 PM

views 21

NEET বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই চৰকাৰক তীব্র সমালোচনা

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই আজি NEET বিষয়ত চৰকাৰক তীব্র সমালোচনা কৰে। NEET পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অপব্যৱহাৰ কৰি নম্বৰ আৰু বেংকত ব্যাপক খেলিমেলি সংঘটিত কৰিছে। শ্ৰী খাৰ্গেই এটা টুইটযোগে চৰকাৰৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি ...