June 15, 2024 9:37 PM

views 13

ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৮জন মাওবাদী নিহত

ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও ৮ জন মাওবাদী নিহত হয়। এই সংঘৰ্ষত বিশেষ কাৰ্যবাহিনীৰ এগৰাকী জোৱান শ্বহীদ হয় আৰু অন্য দুগৰাকী সুৰক্ষাকৰ্মী আহত হয়। বাস্তাৰ সংমণ্ডলৰ অবুঝমাড় এলেকাত কেইজনমান মাওবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত বি এছ এফ, আই টি বি পি, ...

June 15, 2024 9:36 PM

views 22

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। ১২ জনীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ ৯ গৰাকী নতুন সদস্য আছে। উপ-মুখ্যমন্ত্ৰী ছোনা মেইনক বিত্ত, পৰিকল্পনা আৰু বিনিয়োগ তথা শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পাছাং দৰ্জী চোনাক শিক্ষা আৰু গ্ৰা...

June 15, 2024 9:34 PM

views 16

জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কাইলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, কেন্দ্ৰীয় গৃহ সচিব, সেনা-আৰক্ষী আৰু জম্মু-কা...

June 15, 2024 9:33 PM

views 23

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা ভুৱা ৱেবছাইট চিনাক্ত চৰকাৰৰ

চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা এটা ভুৱা ৱেবছাইট চিনাক্ত কৰিছে। এই ৱেবছাইটোৰ জৰিয়তে চৰকাৰী চাকৰি প্ৰদানৰ দাবী কৰা হৈছিল আৰু পঞ্জীয়ন মাচুল হিচাপে ৪৩৫ টকা বিচৰা হৈছিল। পি আই বিৰ তথ্য সত্যাসত্য শাখাই কৈছে যে এই ৱেবছাইটোৰ চৰকাৰৰ সৈতে কোনো সম্পর্ক নাই। socialjus...

June 15, 2024 9:31 PM

views 23

চেন্নাইৰ বঁটা বিজয়ী, প্রখ্যাত বন্যপ্রাণী চলচ্চিত্র নির্মাতা চুবিয়া নাল্লামুথুলৈ ভি শান্তিৰাম জীৱনজোৰা কৃতিত্ব বঁটা

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্রী এল মুৰুগনে আজি মুম্বাই আন্তঃৰাষ্ট্ৰী চলচ্চিত্ৰ মহোৎসৱত এই বুলি ঘোষণা কৰে যে, চেন্নাইৰ বঁটা বিজয়ী, প্রখ্যাত বন্যপ্রাণী চলচ্চিত্র নির্মাতা চুবিয়া নাল্লামুথুক এইবাৰৰ আটাইতকৈ অভিলাষপূৰ্ণ ভি শান্তিৰাম জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হ'ব। তেওঁ লিভিং অন দ্য এজ নামৰ আটাইত...

June 15, 2024 9:30 PM

views 20

ব্ৰীকছ ক্রীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মহিলা টেবল টেনিছ দলক ড০ মনসুখ মন্দাভিয়াৰ অভিনন্দন

যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰীকচ্‌ ক্রীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা টেবল টেনিছ দলক অভিনন্দন জনাইছে। ড০ মন্দাভিয়াই সামাজিক মাধ্যমযোগে প্রতিযোগিতাত প্ৰথমটো পদক অৰ্জন কৰাৰ কৃতিত্ব লাভৰ বাবে মহিলা দলটোক প্ৰশংসা কৰিছে। তেওঁ দলটো...

June 15, 2024 9:28 PM

views 21

বাল্যবিবাহ-নাৰী নিৰ্যাতনত জড়িত অপৰাধী সাৰি নাযাবৰ বাবে অধিবক্তাসকলক উচিত পদক্ষেপ গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ

বাল্যবিবাহ আৰু নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত গোচৰসমূহৰ অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে অধিবক্তাসকলক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। তেওঁ শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱনৰ আনুষ্ঠানিকভাৱে মুকলি কৰি সমগ্ৰ ৰাজ্যতে আইনী আন্তঃগাঁথনি...

June 15, 2024 9:27 PM

views 30

‘বিপন্ন বিস্ময় খেল’ উপ্যানাসৰ বাবে ৰঞ্জু হাজৰিকালৈ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা

চলিত বছৰৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা অসমীয়া ভাষাত ‘বিপন্ন বিস্ময় খেল’ নামৰ উপ্যানাসৰ বাবে ৰঞ্জু হাজৰিকাই আৰু বড়ো ভাষাত ‘বুহুমা বৈনীবৱ’ নামৰ কাব্য গ্ৰন্থৰ বাবে ভার্জিন জেক’ভা মছাহাৰীয়ে লাভ কৰিছে। আনহাতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ অসমীয়া ভাষাত ‘জাল কটা জুই’ গল্প সংকলনৰ বাবে নয়নজ্যোতি শ...

June 15, 2024 9:23 PM

views 17

ডিব্ৰুগড়ৰ জয়পুৰ চাহ বাগিচাত কলেৰাত আক্ৰান্ত ১০জন, স্বাস্থ্য বিভাগক মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাত ডায়েৰিয়াত আক্রান্ত ৩৫জন শ্রমিকৰ ভিতৰত ১০জন কলেৰাত আক্ৰান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পাছত মুখমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই স্বাস্থ্য বিভাগক জৰুৰী নিৰ্দেশ দিছে। ইফালে অঞ্চলটোত ডায়েৰিয়াত আক্ৰান্তৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে। আক্রান্তসকলক জয়পুৰ চাহ...

June 15, 2024 9:21 PM

views 27

ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত, শোণিতপুৰত ক্ষণগণনা কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে- মহিলা সৱলীকৰণৰ বাবে যোগ । দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২...