June 21, 2024 3:12 PM

views 25

দিল্লীত কৃষক সংগঠনৰ প্রতিনিধি আৰু কৃষি অর্থনীতিবিদসকলৰ সৈতে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণৰ বাজেটৰ প্ৰাৰম্ভিক আলোচনা

সমাগত সাধাৰণ বাজেটৰ পূৰ্বে আজি বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত কৃষক সংগঠনৰ প্রতিনিধি আৰু কৃষি অর্থনীতিবিদসকলৰ সৈতে বাজেটৰ প্ৰাৰম্ভিক আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধাৰী, বিত্ত সচিব টি ভি সোমনাথন, মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্থ নাগেশ্বৰন, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ...

June 21, 2024 2:51 PM

views 29

কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি ৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে কালি কয় যে ৰাজ্যখনৰ কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি ৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে এখন আয়োগো গঠ...

June 21, 2024 2:49 PM

views 37

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্রমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চ...

June 21, 2024 2:46 PM

views 55

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। যোৱা ১৫ জুনত চার্লি হেমিল্টন-জেমছৰ পৰিচালনাৰে নিৰ্মিত ‘বিলি এণ্ড মলি: এণ অটাৰ লাভ ষ্ট'ৰী' শীৰ্ষক তথ্যচিত্ৰৰে এই ৭ দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল। এইবেলি মহোৎসৱত ৫৯খন দেশৰ ৬১ টা ভাষাৰ মুঠ ৩১৪খন চলচ্চিত্র প্রদর্শন কৰা হয়। ইয়াৰ ভিতৰ...

June 21, 2024 1:14 PM

views 37

আই চি চি টি-২০ বিশ্বকাপত ছুপাৰ এইট পর্যায়ৰ এখন খেলত ভাৰতৰ হাতত আফগানিস্তান ৪৭ ৰানত পৰাস্ত

ভাৰতে যোৱা নিশা বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত আজিৰ দুখন খেলৰ...

June 21, 2024 1:09 PM

views 36

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড। শ্রীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া এইটো হ'ব মন কী বাতৰ প্ৰথম খণ্ড। প্রধান...

June 21, 2024 1:04 PM

views 25

২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত চি বি আইৰ গোচৰ ৰুজু

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ১২০-খ আৰু ৪২০ ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে । চি ...

June 21, 2024 1:01 PM

views 33

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবা...

June 21, 2024 12:58 PM

views 29

পৰ্যটকৰ বাবে কালিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২...

June 21, 2024 12:51 PM

views 5

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি...