June 21, 2024 8:41 PM

views 22

অসম আৰু চৌপাশৰ এলেকাত ঘূর্ণী বতাহ হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূর্ণী বতাহ সৃষ্টি কৰিব পৰা পৰিসঞ্চৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী ৫ দিনলৈ অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গৰ হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ ...

June 21, 2024 8:34 PM

views 20

হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশমলানি নিলাম আৰম্ভ

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশম লানি নিলাম আৰম্ভ কৰে। এই পৰ্য্যায়ত মুঠ ৬৭ টা খনি নিলাম কৰা হ'ব। ইয়াৰ ফলত কয়লাৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাব আৰু দেশৰ বাবে শক্তি সুৰক্ষা সুনিশ্চিত হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত কয়লা খনিৰ নিলামৰ আয়োজ...

June 21, 2024 8:31 PM

views 19

আকাশবাণীৰ বাতৰিক ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য বাতৰি ব্ৰেণ্ড হিচাপে স্বীকৃতি প্ৰদান

আকাশবাণীৰ বাতৰিয়ে ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য বাতৰি ব্ৰেণ্ড হিচাপে স্বীকৃতি লাভ কৰিছে। অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ৰয়টাৰ্ছ ইনষ্টিটিউট ফৰ দা ষ্টাডি অৱ জাৰ্নেলিমৰ শেহতীয়া জৰীপেৰে দেশৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত আকাশবাণীৰ বাতৰিৰ শ্ৰেষ্ঠত্ব নিশ্চিত কৰিছে। ডিজিটেল বাতৰি প্ৰতিবেদন-২০২৪ৰ অংশ হিচাপে প্রকাশিত ...

June 21, 2024 8:23 PM

views 36

ডেৰাডুনত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ প্ৰশিক্ষাৰ্থীৰে যোগাভ্যাসত অংশগ্ৰহণ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি ডেৰাডুনৰ ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীত আয়োজিত যোগ অনুশীলনৰ বিশেষ কাৰ্য্যসূচীত ভাৰতীয় বন সেৱাৰ শিক্ষা নবিচ আৰু ৰাজ্যিক বনসেৱা একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে যোগাভ্যাসত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে...

June 21, 2024 8:08 PM

views 19

জলমগ্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি নলবাৰী জিলাৰ টিহুৰ ২ নম্বৰ ৱাৰ্ড আৰু ৰেলৱে কলনীকে ধৰি কেইবাটাও জলমগ্ন অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীদাসে তৎকালীনভাৱে পানী নিষ্কাষণ কৰি তোলাৰ লগতে এই সমস্যাৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ বাবে ...

June 21, 2024 8:01 PM

views 25

ৰাজ্যত প্ৰথম বাৰৰ বাবে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান

ৰাজ্যত প্ৰথম বাৰৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি নৱজাতকক লৈ প্ৰসূতি মাতৃয়ে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱজাতকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তেই জন্মৰ প্ৰমাণ-পত্ৰ আৰু আ...

June 21, 2024 7:57 PM

views 22

শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ তৎপৰতা আৰম্ভ

ৰাজ্য চৰকাৰে শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মন্ত্ৰী অশোক সিংহলে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ ভূমি পৰিদৰ্শন কৰে। লগতে অসম চাহ নিগম লিমিটেডৰ পৰা বিশ্ববিদ্যালয়ৰ ন...

June 21, 2024 8:52 PM

views 26

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে ডাঃ সৈকত পাত্ৰৰ শপত গ্ৰহণ

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে আজি ডাঃ সৈকত পাত্ৰই শপত গ্ৰহণ কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপ-মেয়ৰ হিচাপে উজ্জ্বল ফুকনৰ লগতে পাৰিষদসকলে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেবিনেট মন্ত্রী বিমল বৰা, প্রাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰ...

June 21, 2024 7:45 PM

views 24

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদে আজি কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ঘোষণা কৰা ফলাফল অনুসৰি অৱতীৰ্ণ হোৱা মুঠ ৫০,৬১৮ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ২১,৫৪২ গৰাকী পৰিক্ষাৰ্থী কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হৈছে। ১৫১গৰাকী পৰিক্ষাৰ্থী প্ৰথম বিভাগত, ৮,৮১২গৰাকী দ্বিতীয় বিভাগ আৰু ১২,৫৪২গৰাকী পৰিক্ষাৰ্থী ত...

June 21, 2024 7:36 PM

views 18

ৰাজ্যত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া, মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশ গ্ৰ...