June 23, 2024 11:45 AM

views 40

নীট ইউ জি পৰীক্ষাত সংঘটিত অনিয়ম সংক্ৰান্তত বিহাৰ আৰক্ষীৰ ঝাৰখণ্ডৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত সংঘটিত অনিয়ম সংক্ৰান্তত বিহাৰ আৰক্ষীয়ে ঝাৰখণ্ডৰ দেওঘৰৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। দেওঘৰ সদৰ মহকুমা আৰক্ষী বিষয়া ঋত্তিক শ্রীবাস্তৱে কৈছে যে, সন্দেহযুক্ত লোককেইজনক দেবীপুৰ আৰক্ষী থানা এলেকাৰ দেওঘৰ এইমছৰ ওচৰৰ এটা ভাড়াঘৰৰ পৰা...

June 23, 2024 11:39 AM

views 20

সোমবাৰৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলে শপতগ্ৰহণ কৰিব। অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বি জে পিৰ জ্যেষ্ঠ সাংসদ ভর্তৃহৰি মহতাবে লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক শপতবাক্য পাঠ কৰোৱাব। লোকসভাৰ নতুন অধ্যক্ষ নির্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। আনহাতে ৰাষ্ট্ৰপতি শ্...

June 23, 2024 11:34 AM

views 31

তীখা, লো আৰু এলুমিনিয়ামেৰে নিৰ্মিত গাখীৰৰ সৰু পাত্ৰৰ ওপৰত ১২ শতাংশৰ সমহাৰৰ কৰ আৰোপৰ পৰামৰ্শ সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ

সামগ্ৰী আৰু সেৱাকৰ পৰিষদে তীখা, লো আৰু এলুমিনিয়ামেৰে নিৰ্মিত গাখীৰৰ সৰু পাত্ৰৰ ওপৰত ১২ শতাংশৰ সমহাৰৰ কৰ আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীত অনুষ্ঠিত সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ ৫৩ সংখ্যক বৈঠকৰ অন্তত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে লগতে ভাৰতীয় ৰে'ল বিভাগে যা...

June 23, 2024 11:31 AM

views 29

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কালি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয় যে, দুয়োখন দেশৰ মাজৰ নিয়মীয়া আলোচনাই ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামেৰে আৰম্ভ হোৱা মৈত্রী আৰু সহযোগিতাৰ যা...

June 22, 2024 9:01 PM

views 16

ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত স্বাক্ষৰ আৰু কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ

ভাৰত আৰু বাংলাদেশে আজি বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ লগতে কেইবাখনো বুজাবুজি চুক্তি নৱীকৰণ কৰিছে। এই চুক্তিসমূহৰ ভিতৰত ডিজিটেল আৰু সেউজ অংশীদাৰিত্ব, সামুদ্রিক সহযোগিতা, সামুদ্রিক অর্থনীতি, স্বাস্থ্য আৰু চিকিৎসা, মহাকাশ সহযোগিতা, ৰে'ল যোগাযোগ, সামুদ্রিক বিজ্ঞান, দুর্যোগ ব্যৱস্থাপনা আ...

June 22, 2024 9:00 PM

views 30

ভাৰত আৰু বাংলাদেশৰ মাজত উভয় ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে যোগাযোগ, বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰৰ আদান-প্ৰদান

ভাৰত আৰু বাংলাদেশে উভয় ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে যোগাযোগ, বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰৰ আদান প্ৰদান কৰিছে। এই ভৱিষ্যনথিত ভাৰতৰ বিকশিত ভাৰত ভিজন,২০৪৭ আৰু বাংলাদেশৰ স্মাৰ্ট বাংলাদেশ ভিজন, ২০৪১ৰ ওপৰত আলোকপাত কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্রী শ...

June 22, 2024 8:58 PM

views 21

সময়মতে কৰ হস্তান্তৰ, বিত্ত আয়োগৰ অনুদান আৰু জিএছটি ক্ষতিপূৰণৰ বকেয়া আদায়ৰ জৰিয়তে ৰাজ্যসমূহৰ উন্নয়নৰ হকে কেন্দ্ৰই সহায়-সমৰ্থন আগবঢ়াই আহিছেঃ বিত্তমন্ত্ৰী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে সময়মতে কৰ হস্তান্তৰ, বিত্ত আয়োগৰ অনুদান আৰু জি এছ টি ক্ষতিপূৰণৰ বকেয়া আদায়ৰ জৰিয়তে ৰাজ্যসমূহৰ উন্নয়নৰ হকে কেন্দ্ৰই সহায়-সমৰ্থন আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত প্...

June 22, 2024 8:56 PM

views 16

সোমবাৰে অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন সোমবাৰে আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলে শপতগ্রহণ কৰিব। অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বিজেপিৰ জ্যেষ্ঠ সাংসদ ভর্তৃহৰি মহতাবে লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক শপতবাক্য পাঠ কৰোৱাব। লোকসভাৰ নতুন অধ্যক্ষ নির্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। আনহাতে ৰাষ্ট্ৰপতি শ্...

June 22, 2024 8:55 PM

views 21

এনটিএৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ স্বচ্ছ, নিকা আৰু ন্যায্য পৰিচালনাৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ স্বচ্ছ, নিকা আৰু ন্যায্য পৰিচালনাৰ বাবে এখনি উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰিছে। ইছৰোৰ অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণৰ অধ্যক্ষতাত গঠিত এই সাতজনীয়া সমিতিখনৰ এনটিএৰ পৰীক্ষা প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা বৃদ্ধি, তথ...

June 22, 2024 8:53 PM

views 22

তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰ স্বর্ণ পদক লাভ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীয়ে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত কম্পাউণ্ড শাখাৰ দলীয় শিতানত স্বর্ণ পদক লাভ কৰিছে। ভাৰতীয় মহিলা দলটোৱে আজি বিয়লি অনুষ্ঠিত ফাইনেলত ইষ্টোনিয়াক ২৩২-২২৯ ফলাফলত পৰাভূত হয়। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এই খেলবৰ্ষত তিনিওটা বিশ্বকাপ...