June 24, 2024 11:54 AM
21
চিৰাঙত পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ চতুৰ্থ মৃত্যুবার্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণি সু-সংগঠক বঁটা প্ৰদান অনুষ্ঠান
চিৰাঙৰ বিজনী মহাবিদ্যালয়ত কালি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ চতুৰ্থ মৃত্যুবার্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণি সু-সংগঠক বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন কৰা হয়। মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী মিনতি শইকীয়া আৰু অবিভক্ত শোণিতপুৰ জি...