June 27, 2024 11:48 AM

views 27

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। পদটোৰ বাবে সাংসদ কে সুৰেশক প্ৰক্ষেপ কৰা কংগ্ৰেছ দলে সদনত ভোটগ্ৰহণৰ দাবী উত্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লোকসভাৰ অধ্যক্ষগৰাকী মৌখিক ভোটত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ইয়াৰ পাছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰো...

June 27, 2024 11:46 AM

views 17

ৰাজ্যৰ ২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকৰ সন্তানক মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুল বহন কৰিব চৰকাৰে

ৰাজ্য চৰকাৰে ২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকসকলৰ সন্তানক মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুল বহন কৰাৰ সিদ্ধান্ত লৈছে। এই ব্যৱস্থা ৰূপায়নৰ বাবে আনুমানিক ১৫০ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুলাইত সংশ্লিষ্ট মহাবিদ্যালয়সমূহলৈ ধন ৰাশি প্ৰেৰণ কৰা হ'ব। এই ক্ষেত্...

June 27, 2024 11:43 AM

views 17

ৰাজ্য চৰকাৰৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ স্থিতি; ২,১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ

অসম চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি ২ হেজাৰ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী দিৱসৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰি কয় যে ৰাজ্যখন মাদক দ্রব্য ...

June 27, 2024 11:40 AM

views 36

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত; বৰ্তমানলৈ ১১খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৪৮৭খন গাঁও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩৭ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী ব...

June 27, 2024 11:38 AM

views 28

চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত

চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত হৈছে। এই বাছনি সমিতিলৈ বিশ্বৰ ৬৮খন দেশৰ চলচ্চিত্ৰৰ সৈতে জড়িত ৪৮৭গৰাকী ব্যক্তিক আমন্ত্রণ জনোৱা হৈছে। ৰীমা দাসৰ লগতে ভাৰতৰ শ্বাবানা আজমি, পৰিচালক এছ এছ ৰাজামৌলী, আনন্দ কুমাৰ টাস্কাৰ, ৰিতেশ সিধৱানিকে ধৰি কেইবাগৰাকী চলচ্চিত্...

June 27, 2024 11:36 AM

views 17

উপ-আৰক্ষী অধীক্ষক উপেন কলিতাক এপিএছচি কেলেংকাৰি গোচৰৰ নতুন তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি

ৰাজ্যৰ গৃহ বিভাগে উপ-আৰক্ষী অধীক্ষক উপেন কলিতাক এ পি এছ চি কেলেংকাৰিৰ গোচৰৰ নতুন তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই গোচৰত ৩৯ জন ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে উপ-আৰক্ষী অধীক্ষক কলিতাই তদন্ত প্রক্রিয়া আগবঢ়াই নিব। পূৰ্বৰ তদন্তকাৰী বিষয়া প্রতীক ধুবেক উচ্চ ন্যায়ালয়ে অপসাৰণ কৰিবলৈ নিৰ্দেশ...

June 27, 2024 11:34 AM

views 12

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ত ৰচনা প্রতিযোগিতাৰ আয়োজন

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্রতিযোগিতাসমূহ তিনিটা ভাগত বিভক্ত কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ভাগ কৰা ক-শাখাৰ প্ৰতিযোগীসকলে ৮০০টা শব্দৰ ভিতৰত তৰুণৰাম ফুকন-জীৱন আৰু কৃতিত্ব বিষয়ৰ ওপৰত ৰচনা লিখাৰ পৰিৱৰ্তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ...

June 27, 2024 11:31 AM

views 26

শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে ২৩-২৭ জুলাইলৈ শোণিতপুৰত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্রিল মাহ...

June 26, 2024 8:54 PM

views 28

বাৰ্ষিক ২ লাখতকৈ কম উপাৰ্জন কৰাসকলৰ সন্তানক মহাবিদ্যালয় নামভৰ্তিৰ মাছুল বহন কৰাৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ২লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকসকলৰ সন্তানক মহাবিদ্যালয় নামভৰ্তিৰ মাছুল বহন কৰাৰ সিদ্ধান্ত লৈছে। এই ব্যৱস্থা ৰূপায়নৰ বাবে আনুমানিক ১৫০ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুলাই সংশ্লিষ্ট মহাবিদ্যালয়সমূহলৈ ধন ৰাশি প্ৰেৰণ কৰা হ'ব। এই ক্ষেত্ৰত ...

June 26, 2024 8:50 PM

views 25

২,১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ অসম চৰকাৰৰ

অসম চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি ২হেজাৰ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী দিৱসৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰি কয় যে ৰাজ্যখন মাদক দ্রব্য মু...