July 4, 2024 2:55 PM

views 19

অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনিক বাৰ্তালাপ

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীসিঙে কয় যে, তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন ক্...

July 4, 2024 2:50 PM

views 22

স্বামী বিবেকানন্দৰ মৃত্যু তিথি উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ মৃত্যু তিথি উপলক্ষে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে, স্বামী বিবেকানন্দৰ শিকনিসমূহে লক্ষ লক্ষ জনসাধাৰণক সাহস প্রদান কৰি আহিছে। তেওঁ কয় যে, স্বামী বিবেকানন্দৰ গভীৰ জ্ঞান আৰু জ্ঞান আহৰণৰ প্ৰতি ...

July 4, 2024 2:45 PM

views 34

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগব...

July 4, 2024 2:38 PM

views 26

ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা বেতন তথা অন্যান্য সা- সুবিধাসমূহৰ বিষয়ে ভাৰতীয় সেনা বাহিনীয়ে দিয়া স্পষ্টিকৰণ সম্পৰ্কে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই কৈছে ...

July 4, 2024 2:31 PM

views 33

খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলক প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলটোক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে দলটো ৰাষ্ট্ৰীয় ৰাজধানীৰ ছেভেন লোক কল্যাণ মাৰ্গত থকা থকা প্রধানমন্ত্রী বাসগৃহত উপস্থিত হয়। উল্লেখযোগ্য যে কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই দলটোক আদৰণি জনাই কয় যে, সমগ্র দেশ...

July 4, 2024 1:23 PM

views 50

বিশ্বকাপ বিজয়ী ভাৰতীয় ক্রিকেট দলটো দিল্লীত উপস্থিত

টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। ভাৰতীয় দলটোক আদৰণী জনোৱাৰ বাবে ক্রিকেট অনুৰাগীসকলে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হয়। ভাৰতীয় দলটো বেৰিল ঘূৰ্ণী বতাহৰ বাবে টি-টুৱেন্টি বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত বাৰবাডোছত আৱদ্ধ হৈ আ...

July 4, 2024 1:22 PM

views 34

উম্বলডনত জয়েৰে অভিযান আৰম্ভ ৰোহন বোপন্না আৰু মেথিউ এবডেনৰ যুটীটোৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটোৱে উম্বলডন অপেন টেনিছ প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে যোৱানিশা পুৰুষৰ ডাবলছৰ এখন খেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ অৰেণ্ডছ আৰু ৰবীন হাছেৰ যুটীটোক পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ সুমিত নাগল আৰু চাৰ্বিয়াৰ দুছান লাজোভিছৰ যুটী...

July 4, 2024 1:20 PM

views 19

অহা শনি আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন

অহা শনিবাৰ আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ'ব। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অধিবেশনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে নিৰ্মিত এটা প্ৰেক্ষাগৃহ উদ্বোধন কৰা হ'ব। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকৰ অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। অধিবেশনত ...

July 4, 2024 1:19 PM

views 32

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে...

July 4, 2024 1:17 PM

views 34

ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ

অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়ন লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছ...