December 15, 2025 6:33 PM December 15, 2025 6:33 PM
15
অসমৰ সংবাদ জগতৰ মহীৰূহ, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ প্রফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন
যোৱানিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বর্ষীয়ান সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযূষ হাজৰিকাই শেষকৃত্যথলীত উপস...