December 16, 2025 12:06 PM December 16, 2025 12:06 PM

views 11

কামৰূপ মহানগৰ জিলাৰ চি জে এম আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। অভিযুক্ত পক্ষক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদানৰ বাবে এছ আই টিৰ দল বাক্সা আৰু হাফলঙলৈ ৰাওনা হৈছে। এই প্রতিলিপি তেওঁলোকে লাভ কৰাৰ পাছতেই সাতোগৰাকী অভিযুক্তক আজি আদালতত ভ...

December 16, 2025 12:04 PM December 16, 2025 12:04 PM

views 8

ৰাজ্যৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাসৰ বাবে সৰ্বশিক্ষা অভিযানৰ স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা

ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাস কৰাৰ বাবে সৰ্বশিক্ষা অভিযানে স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সৰ্বশিক্ষা অভিযানে এই পদক্ষেপ লৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি আনুষ্ঠানিকভাৱে এই স্বয়ংক্...

December 16, 2025 12:03 PM December 16, 2025 12:03 PM

views 16

গুৱাহাটীৰ ৰূপনগৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় মুকলি

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় কালি গুৱাহাটীৰ ৰূপনগৰত মুকলি কৰা হয়। পূৰ্বে পল্টন বজাৰত থকা এই কাৰ্যালয় ৰূপনগৰলৈ স্থানান্তৰ কৰাৰ পাছত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে কালি কার্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত সভাত দিয়া ভাষণত শ্ৰীবড়োৱে কয়, যে ৪০ বছৰৰো অধিক সময়ৰ পাছত পৰিবহণ...

December 15, 2025 9:07 PM December 15, 2025 9:07 PM

views 4

লামডিঙত কাইলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব।

December 15, 2025 9:05 PM December 15, 2025 9:05 PM

views 4

ধেমাজিত অভিলাষা আঁচনিৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনৰ কৰ্মশালা

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালাৰ আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কর্মশালাখনি মিছিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য জহান দলে আৰু ধেমাজি জিলা উন্নয়ন ...

December 15, 2025 9:02 PM December 15, 2025 9:02 PM

views 7

কাছাৰৰ ৰংপুৰত শিলচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ

কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্রাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় ৯০ হাজাৰটা বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহৰ বজাৰমূল্য আনুমানিক ২৬ কোটি টকা হ'ব বুলি প...

December 15, 2025 8:54 PM December 15, 2025 8:54 PM

views 5

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু

আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল ক...

December 15, 2025 8:35 PM December 15, 2025 8:35 PM

views 5

ভাৰতীয় স্কোৱাচ দলৰ স্কোৱাচ বিশ্বকাপ খিতাপ দখল

ভাৰতীয় স্কোৱাচ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাচ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিশ্বকাপ জয়ী ভাৰতীয়...

December 15, 2025 8:28 PM December 15, 2025 8:28 PM

views 4

অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৰাষ্ট্ৰীয় গ্রীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ বজালীৰ বৰনগৰত উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্র স্থাপন

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্রীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বজালী জিলাৰ বৰনগৰত এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্র স্থাপনৰ সিদ্ধান্ত লৈছে। বৰনগৰ কেন্দ্ৰটোৱে বঙাইগাঁও জিলাৰ চালাকাটিৰ শক্তিকেন্দ্ৰটোৰ বিকল্প ৰূপে কাম কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি...

December 15, 2025 6:37 PM December 15, 2025 6:37 PM

views 4

দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে অসমৰ বিত্তীয় বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্...