October 24, 2024 7:05 PM October 24, 2024 7:05 PM

views 6

ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি

কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলাখনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ৰ আজি সামৰণি পৰে। জিলা প্ৰশাসনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ উপৰি জলসিঞ্চন, লোকনিৰ্মাণ, কৃষি, বন আৰু পৰিৱেশ, সমাজকল্যাণ বিভাগ ইত্যাদি তথা আৰক্ষী প্ৰশাসন আৰু বিভিন্ন শিক্...

October 24, 2024 7:04 PM October 24, 2024 7:04 PM

views 6

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ আনন্দ উদযাপনৰ বাবে ৩-৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি

অসম চৰকাৰে অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ আনন্দ উদযাপনৰ বাবে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে প্ৰতিখন জিলাতে এই সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ বৰেণ্য সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উপৰি বিভিন্ন অনুষ্ঠানৰ ...

October 24, 2024 7:03 PM October 24, 2024 7:03 PM

views 5

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ITBP অর্থাৎ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকল আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে প্রতিকুল পৰিৱেশৰ মাজতো ব্যাপক প্ৰত্যাহ্বান নেওচি সাহস আৰু সমৰ্পনেৰে আই টি বি পিৰ হিম বীৰসকলে জনসাধাৰণক সুৰক্ষা...

October 24, 2024 7:01 PM October 24, 2024 7:01 PM

views 9

ঘূৰ্ণীবতাহ ‘ডানা’ৰ বাবে ওড়িশা-পশ্চিমবংগৰ উপকূলত ভাৰতীয় নৌসেনা বাহিনীৰ মানৱীয়-দুৰ্যোগ সাহায্য প্ৰদানৰ প্ৰস্তুতি

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নৌসেনা বাহিনীয়ে ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য প্ৰদানৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত জানিবলৈ দিয়া অনুসৰি প্ৰস্তুতিৰ অংশ হিচাপে ঘূর্ণী বতাহ প্ৰভাৱিত অঞ্চলসমূহত প্রয়োজনীয় বস্ত্ৰ,...

October 24, 2024 7:00 PM October 24, 2024 7:00 PM

views 5

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন-জাপানতকৈ অধিক বুলি ইউনেস্ক’ৰ প্ৰতিবেদনত প্ৰকাশ

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন আৰু জাপানৰ দৰে দেশতকৈ অধিক বুলি ইউনেস্ক'ৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি মধ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ঘৰুৱা মুঠ উৎপাদনৰ শতাংশ আৰু চৰকাৰী খৰচতকৈ ভাৰতে শিক্ষাৰ ক্ষেত্ৰত অধিক ধন ব্যয় কৰিছে। ভাৰতত শিক্ষাৰ প্ৰসাৰৰ বাবে ২০১৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত ঘৰু...

October 24, 2024 6:58 PM October 24, 2024 6:58 PM

views 1

আলবানিয়াত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰৰ ব্ৰঞ্জৰ পদক লাভ

আলবানিয়াৰ টিৰানাত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰই আজি ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৫৫ কিলোগ্ৰাম গ্ৰেক' ৰোমান শাখাত ভাৰতৰ বিশ্বজিতে আদম ওলবাছেভক ১৪-১০ ফলাফলত পৰাস্ত কৰে। প্রতিযোগিতাত ভাৰতৰ এইটো প্ৰথম পদক । ইয়াৰ পূৰ্বে ভাৰতৰ অঞ্জলিয়ে মহিলাৰ ৫৯ কিলোগ্রা...

October 24, 2024 6:57 PM October 24, 2024 6:57 PM

views 5

আকাশবাণীত অহা ২৭ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্...

October 24, 2024 1:18 PM October 24, 2024 1:18 PM

views 7

তিতাবৰত ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত

তিতাবৰত কালি ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ডº কলিতাৰ চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতা দিয়ে বিশিষ্ট লেখিকা ডº অদিতি বেজবৰুৱাই। মহাবিদ্যালয়খনৰ আলোচনা কক্ষত অনুষ্ঠিত জ্যোতির্বিজ্ঞান : ইতিহাস আৰু প্ৰভা...

October 24, 2024 1:17 PM October 24, 2024 1:17 PM

views 4

সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধিৰ সৈতে মুখ্য সচিবৰ বৈঠক

ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই কালি সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে সপ্তম ৰাজ্যিক পৰ্যায়ৰ স্থায়ী সমিতিৰ বৈঠকত মিলিত হয়। এই বৈঠকত আন্তঃসীমান্ত অপৰাধ নিয়ন্ত্ৰণৰ লগতে পশুধন সৰবৰাহ আৰু মাদক দ্রব্য সৰবৰাহ ৰ...

October 24, 2024 1:16 PM October 24, 2024 1:16 PM

views 6

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত আছে। জিলাসমূহৰ আয়ুক্ত, আৰক্ষীৰ শীৰ্ষ বিষয়া আদিয়ে কেইবালানি বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে।  সমাগত নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কালি শিৱসাগৰ জিলা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। শিৱসাগৰ জ...