October 24, 2024 8:55 PM October 24, 2024 8:55 PM
6
অহা ২৭ অক্টোবৰত হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ
অহা ২৭ অক্টোবৰ দেওবাৰে হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতিখন জিলাৰ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, এই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰচেষ্...