January 19, 2025 1:22 PM January 19, 2025 1:22 PM
5
ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থাঃ ৰাজ্যপাল ৰমেন ডেকা
ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ'ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলশৰত চলি থকা অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্ব ভাৰতী বিশ্বব...