January 18, 2025 6:48 PM January 18, 2025 6:48 PM

views 11

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ১,৫২১ খন মনোনয়ন পত্ৰ দাখিল

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৫২১ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৬৮০খন মনোনয়ন পত্র দাখিল কৰা হৈছে । নির্বাচন আয়োগে জনোৱা অনুসৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ৪০খন মনোনয়ন পত্র...

January 18, 2025 8:25 PM January 18, 2025 8:25 PM

views 11

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৬৫ লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামীত্ব আঁচনিৰ অধীনত প্রায় ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটোক গ্ৰাম্য অৰ্থব্...

January 17, 2025 8:32 PM January 17, 2025 8:32 PM

views 4

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত কেন্দ্ৰৰ তীক্ষ্ণ দৃষ্টি

কেন্দ্ৰীয় চৰকাৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী মুখপাত্রই নতুন দিল্লীত এই বিষয়ে প্রকাশ কৰি কয়, যে গ্রাহকসকললৈ উচিত মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মন্ত্ৰালয়ে কেতবোৰ...

January 17, 2025 8:29 PM January 17, 2025 8:29 PM

views 4

আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১,৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন

অর্থনৈতিক বিষয়ক কেন্দ্রীয় মন্ত্রীসভা সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড চমুকৈ আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১ হাজাৰ ৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্রীয় মন্ত্রীসভাই কালি অনুমোদন দিয়া আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ এই সাহায্যৰ বিষয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অ...

January 17, 2025 8:26 PM January 17, 2025 8:26 PM

views 16

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ অংশ হিচাপে বিকশিত অসম, বিকশিত ভাৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশল মহন্তৰ অধ্যক্ষতাত আজি জনতা ভৱনত এই প্ৰদ...

January 17, 2025 8:20 PM January 17, 2025 8:20 PM

views 14

ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসৰ দিনা শিল্পী দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসত আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল...

January 17, 2025 8:16 PM January 17, 2025 8:16 PM

views 5

গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৩৯ খন সমজিলাতো এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবে নির্দেশ দিয়ে। জিলা ভিত্তিত আয়োজিত কাৰ্যসূচীৰ দৰে যাতে সম জিলাকেইখনত...

January 17, 2025 8:12 PM January 17, 2025 8:12 PM

views 18

দিলীপ শ‍ইকীয়া অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত

অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতি হিচাপে দং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াক নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় নির্বাচনী পর্যৱেক্ষক গজেন্দ্ৰ সিং শেখাৱটে আজি দলৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গুৱাহাটীস্থিত ৰাজ্যিক ...

January 17, 2025 8:09 PM January 17, 2025 8:09 PM

views 3

ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত ১২ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ বাছাগুড়াত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত ১২ জন মাওবাদী নিহত হয়। এই গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰো তিনিজন জোৱান আহত হয়। বিজাপুৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি দক্ষিণ বিজাপুৰৰ ঘন অৰণ্যত পুৱা প্ৰায় ৯ বজাত তিনিখন জিলাৰ জিলা সংৰক্ষিত বাহিনী, কোৱা বেটে...

January 17, 2025 8:06 PM January 17, 2025 8:06 PM

views 4

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত সু-ব্যৱস্থা নিশ্চিতকৰণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই মহাকুম্ভৰ পেৰেড গ্ৰাউণ্ডত ১০০ খন বিছনাযুক্ত এখন চিকিৎ‍সালয় গঢ়ি তুলিছে। ইয়াৰ লগতে দেশী-বিদেশী ভক্তসকলৰ সুবিধা হোৱাকৈ মেলা অনুষ্ঠিত হো...