January 20, 2025 1:09 PM January 20, 2025 1:09 PM
13
ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮-১৯ বৰ্ষত অসম চৰকাৰৰ মুঠ নিজা ৰাজহ ২৪ হাজাৰ ১৪৬ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ২০ হাজাৰ ৩৩ কোটি আছিল যদিও ২০২১-...