January 20, 2025 1:11 PM January 20, 2025 1:11 PM
13
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ একক প্ৰদৰ্শনী উদ্বোধন
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই বিখ্যাত চিত্র ভাস্কর্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি ম...