January 22, 2025 12:15 PM January 22, 2025 12:15 PM
9
কলকাতাত আজি ভাৰত-ইংলেণ্ডৰ টি২০ শৃংখলাৰ প্ৰথমখন খেল
কলকাতাৰ ইডেন গার্ডেনত আজি সন্ধিয়া হ'বলগীয়া পাঁচখন টি ২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি২০ আৰু তিনিখন এদিনীয়া খেল খেলিব। প্রবীণ পেচ বলাৰ মহম্মদ ছাম...