January 22, 2025 12:29 PM January 22, 2025 12:29 PM

views 7

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন, ৫,৩৬০খন বিদ্যালয়ৰ ৪.৭৪ লাখ শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। কাৰ্যসূচীৰ দ্বিতীয় দিনা কালি ৰাজ্যৰ ৫ হাজাৰ ৩৬০ খন বিদ্যালয়ৰ ৪ লাখ ৭৪ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ...

January 22, 2025 12:27 PM January 22, 2025 12:27 PM

views 6

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱৰ সত্ৰীয়া সংস্কৃতি পৰিৱেশন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা ৩০ জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলটোৱে প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰৰ গুৰু আসনত ম...

January 22, 2025 12:26 PM January 22, 2025 12:26 PM

views 3

নুমলীগড় তিনিআলিৰ পৰা শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথত আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহনৰ চলাচল বন্ধ

নুমলীগড় তিনিআলিৰ পৰা নুমলীগড় শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহন, ট্রাক, বাছ আদিৰ চলাচল বন্ধ থাকিব। পুৱা ৪ বজাৰ পৰা ১০ বজালৈ নুমলীগড় জাহাজ ঘাটৰ পৰা এন আৰ এললৈ বৃহৎ আকাৰৰ যন্ত্ৰ কঢ়িয়াই অনাৰ সময়ত হ'ব পৰা যান-জঁট আৰু জনসাধাৰণৰ অসুবিধাৰ প্...

January 22, 2025 12:25 PM January 22, 2025 12:25 PM

views 7

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত কালিৰে পৰা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বহিঃৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা অঞ্...

January 22, 2025 12:24 PM January 22, 2025 12:24 PM

views 11

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ জানুৱাৰীৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কালাৰ্ছ অব্ ইণ্ডিয়া শীৰ্ষক বাৰে...

January 22, 2025 12:22 PM January 22, 2025 12:22 PM

views 23

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া কুঁৱলীয়ে আৱৰি ৰাখিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱ...

January 22, 2025 12:21 PM January 22, 2025 12:21 PM

views 4

বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি

চৰকাৰে বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি উদযাপন কৰিছে। কন্যা শিশুক সুৰক্ষা, শিক্ষা প্ৰদান আৰু সবলীকৰণৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই আঁচনিয়ে ১০ বছৰ সম্পূৰ্ণ কৰিলে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ এটা সূত্ৰই জনোৱা অনুসৰি আজি নতুন দিল্লীত হ'বলগীয়া বৰ্ষপূর্তি অনুষ্ঠানত সশস্ত্র বাহিনী, পেৰামিলি...

January 22, 2025 12:19 PM January 22, 2025 12:19 PM

views 5

চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোটক ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ প্ৰশংসা

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোট এছ অ' জিক প্ৰশংসা কৰিছে। এই অভিযানত ১৪জন মাওবাদীৰ মৃত্যু হয়। বিশেষ অভিযান গোটৰ সদস্যসকলৰ বাবে এই সফলতা লাভৰ পাছতেই ৮ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ অতিৰিক্ত ভাত্তা বৃদ্ধি কৰা হৈছে। অভিযানৰ সময়ত জোৱ...

January 22, 2025 12:17 PM January 22, 2025 12:17 PM

views 5

গোৱাত কেইবাটাও ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু গাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত কেইবাটাও ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে। গোৱাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্রকল্পসমূহে ৰাজ্যখনৰ নদী, পৰ্যটন আৰু আমদানি-ৰপ্তানি খণ্ডৰ উন্নয়নত বিশেষ অৰিহণা যোগাব। কেন্দ্ৰীয় মন...

January 22, 2025 12:16 PM January 22, 2025 12:16 PM

views 4

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ’ৰ সাক্ষাৎ

আমেৰিকাৰ বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ'ই যোৱা নিশা ৱাশ্বিংটন ডিচিত থকা আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীসকল ক্ৰমে ভাৰতৰ ড০ এছ জয়শংকৰ, জাপানৰ তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ পেনি ৱং এই সাক্ষাতত উপস্থিত থাকে। কোৱাড হৈছে সৰ্বাংগীন, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত...