January 25, 2025 12:35 PM January 25, 2025 12:35 PM
20
টাই আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে সজাগতা সৃষ্টিত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰেঃ সৰ্বানন্দ সোণোৱাল
টাই-আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে দেশৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ টেঙাখাতত আয়োজিত তৃতীয় টাই-জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে কয়। শ্ৰী সোণোৱালে কয়, যে...