January 25, 2025 6:32 PM January 25, 2025 6:32 PM
8
গণৰাজ্য দিৱসৰ নতুন দিল্লীত হ’বলগীয়া কাৰ্যসূচীলৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক আমন্ত্রণ
গণৰাজ্য দিৱসৰ কাইলৈ নতুন দিল্লীত হ'বলগীয়া কাৰ্যসূচীৰ বাবে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে আমন্ত্রণ লাভ কৰিছে। ধুবুৰী জিলাৰ শালকোছাৰ ভেলুপাৰা দ্বিতীয় খণ্ড গাঁৱৰ নিৰেশ চন্দ্ৰ বৰ্মন আৰু শালকোছাৰ শ্ৰীগ্ৰামৰ আমজামুল আমিন নামৰ দুগৰাকী খেতিয়ক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে। দুয়োগৰাক...