December 16, 2025 1:28 PM December 16, 2025 1:28 PM

views 3

মাজুলীৰ পাঁচগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰক, প্ৰসাৰক আৰু শিল্পীক নাটমল্লাৰ বঁটা-২০২৫ প্ৰদান

মাজুলীৰ শ্ৰীশ্ৰী এলেঙী বাঁহজেঙনী সত্ৰৰ পৃষ্ঠপোষকতাত কালি মাজুলীৰ পাঁচগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰক, প্ৰসাৰক আৰু শিল্পীক নাটমল্লাৰ বঁটা, ২০২৫ প্ৰদান কৰা হয়। নাটমল্লাৰঃ সত্ৰীয়া সংস্কৃতিৰ কলাকেন্দ্ৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগতভাৱে চৰ্চা কৰি থকা সত্ৰীয়া...

December 16, 2025 1:26 PM December 16, 2025 1:26 PM

views 3

ডিব্ৰুগড়ত APDCLৰ বিষয়া, পৌৰনিগমৰ পাৰিষদ, পৌৰ সখী আৰু APDCL পঞ্জীয়নকৃত ভেণ্ডৰসকলৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত পৰ্যালোচনা সভা

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত কালি APDCL ৰ বিষয়া, পৌৰনিগমৰ পাৰিষদ, পৌৰ সখী আৰু APDCL পঞ্জীয়নকৃত ভেণ্ডৰসকলৰ সৈতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত এখন পৰ্যালোচনা আৰু সজাগতা সভা অনুষ্ঠিত হয়। পৌৰ নিগমৰ অন্তৰ্গত অঞ্চলসমূহৰ বাসিন্দাসকলক এই আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে সভাত আলোচনা কৰা হয়। এই স...

December 16, 2025 1:25 PM December 16, 2025 1:25 PM

views 6

নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত MASTER GAMES প্রতিযোগিতাৰ যোগাসনত ধেমাজি দল শ্ৰেষ্ঠ

অসম MASTER GAMES সন্থাৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত যোৱা ১২ৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত সপ্তম সদৌ অসম MASTER GAMES প্রতিযোগিতাত ধেমাজি জিলাৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈ স্থান অর্জন কৰিছে। এই প্ৰতিযোগিতাত জিলাখনৰ দলটো শ্ৰেষ্ঠ যোগাসন দল হিচাপে বিবেচিত হয়।

December 16, 2025 12:29 PM December 16, 2025 12:29 PM

views 7

জর্ডানত ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অম্মানত জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে জর্ডানৰ দৃঢ় স্থিতিৰ প্ৰশংসা কৰ...

December 16, 2025 12:28 PM December 16, 2025 12:28 PM

views 4

সাতদিনীয়া ভ্রমণসূচী লৈ কৰ্ণাটক, তামিলনাডু, তেলেংগানালৈ যাব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি সাতদিনীয়া ভ্রমণসূচী লৈ কৰ্ণাটক, তামিলনাডু আৰু তেলেংগানালৈ যাব। কৰ্ণাটকৰ মালাৱলীত ৰাষ্ট্ৰপতিগৰাকীয়ে আদি জগদগুৰু শ্ৰী শিৱৰাথ্ৰীশ্বৰ শিৱযোগী মহা স্বামীজীৰ ১০৬৬ সংখ্যক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব। শ্ৰীমতী মুৰ্মুৱে কাইলৈ তামিলনাডুলৈ যাব আৰু তাত তেওঁ ভেল্লুৰৰ গ'ল্...

December 16, 2025 12:27 PM December 16, 2025 12:27 PM

views 6

লোকসভাত উত্থাপিত বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক-২০২৫ পুনৰীক্ষণৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ

লোকসভাত কালি বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক ২০২৫ উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে বিধেয়কখন লোকসভাত উত্থাপন কৰে। অৱশ্যে বিৰোধী দলৰ সদস্যসকলে এই বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰে ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজি...

December 16, 2025 12:26 PM December 16, 2025 12:26 PM

views 4

ভাৰতৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ নৱেম্বৰত ৪.৭ শতাংশলৈ হ্ৰাস

ভাৰতৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ নৱেম্বৰত ৪ দশমিক ৭ শতাংশলৈ হ্ৰাস পাইছে। এপ্ৰিলৰ পাছৰ পৰা এয়া হৈছে ১৫ বছৰ আৰু তাতোকৈ অধিক বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত সৰ্বনিম্ন হাৰ। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি গ্ৰাম্য অঞ্চলৰ নিবনুৱাৰ ৩ দশমিক ৯ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে চহৰ অঞ্চলত এই হাৰ ৬ দশম...

December 16, 2025 1:54 PM December 16, 2025 1:54 PM

views 4

চৰকাৰ-উদ্যোগসমূহে কৃষকসকললৈ প্ৰত্যক্ষ সুবিধা আগবঢ়োৱা বুলি কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ আয়ুক্ত প্ৰবীন কুমাৰৰ মন্তব্য

কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ আয়ুক্ত প্ৰবীন কুমাৰে চৰকাৰ আৰু উদ্যোগসমূহৰ একেটাই লক্ষ্য, সেয়া হৈছে দীর্ঘস্থায়ী বিকাশ আৰু কৃষকসকললৈ প্ৰত্যক্ষ সুবিধা আগবঢ়োৱা বুলি উল্লেখ কৰিছে। নতুন দিল্লীত কালি ফিক্কীৰ দীৰ্ঘস্থায়ী কৃষি সন্মিলন আৰু বঁটা ২০২৫ৰ পঞ্চম সংস্কৰণত ভাষণ দি তেওঁ এইদৰে কয়। তেওঁ মাটিৰ স্বাস্থ...

December 16, 2025 12:14 PM December 16, 2025 12:14 PM

views 4

সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয়সাপেক্ষে আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি

সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰটো কালি নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে মুকলি কৰে। অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ যোগেদি সমাজ কল্যাণ বিভাগে শিশুসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্য সমন্ধীয় বিভিন্ন দিশৰ যত্ন লৈ...

December 16, 2025 12:13 PM December 16, 2025 12:13 PM

views 10

ৰাজ্যত অপৰাধীক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাত অপৰাধৰ সংখ্যা হ্ৰাস

অসমত বিভিন্ন অপৰাধত অভিযুক্তক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অপৰাধ হ্ৰাস পাইছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা বছৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ৫ দশমিক ৫ শতাংশৰ পৰা চলিত বছৰত ২৫ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে অভিযোগনামা দাখিলত যো...