ডাউনলোড
মোবাইল এপ

android apple
signal

ছুইডেনৰ ষ্টকহোমত নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বৈঠক

মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ছুইডেনৰ ষ্টকহোমত আন্তঃৰাষ্ট্ৰীয় আই ডি ই এ সন্মিলনত অংশ লোৱাৰ সুযোগতে নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ জৰিয়তে নিৰ্বাচন ব্যৱস্থাপনা আৰু গণতান্ত্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই দ্বিপাক্ষিক বৈঠকত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কেইবাটাও নির্বাচন ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী তথা শীৰ্ষ বিষয়াসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় নির্বাচনী অভিজ্ঞতা আৰু উদ্ভাৱনক সামৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক