ডাউনলোড
মোবাইল এপ

android apple
signal

September 5, 2025 11:41 AM | Asia Cup

printer

এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত ভাৰতৰ হাতত মালয়েছিয়া ৪-১ গলত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে কালি মালয়েছিয়াক ৪-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মনপ্রীত সিং, সুখজিৎ সিং, ছিলানন্দ লাকৰা আৰু বিবেক সাগৰ প্ৰসাদে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টৰে ছুপাৰ ফ’ৰ গ্ৰুপত শীৰ্ষ স্থান লাভ কৰিছে। ভাৰত ছুপাৰ ফ’ৰ পৰ্যায়ৰ নিজৰ পৰৱৰ্তী খেলত কাইলৈ চীনৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।