ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 3, 2024 1:51 PM | AAP | Punjab

printer

পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আপৰ

♦ আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। সেই অনুসাৰে ৰাজকুমাৰ চবেবৱালে হোচিয়াৰপুৰ আৰু মালৱিন্দ্ৰ সিং কাঙে আনন্দপুৰ চাহিব সমষ্টিৰপৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।