October 7, 2025 12:03 PM

views 66

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন ...

February 27, 2025 3:27 PM

views 33

উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে দিল্লী আপৰ বিধায়কসকলক নিলম্বিত

আম আদমী পাৰ্টীৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ বাহিৰত তেওঁলোকক সদনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কার্যক অগণতান্ত্রিক বুলি আখ্যা দি বিৰোধী দলপতি আতিশীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে আপৰ বিধায়কসকলক সদনৰ পৰা নিলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বিধানসভাৰ চৌহদত প্ৰৱেশ কৰাত অনুমতি দিয়া হোৱা নাই। ইপিনে, মন্ত্রী কপিল মিশ্রাই কয়, যে আপৰ বিধায়কসকলক উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে নিলম্বিত কৰা হৈছে। শ্ৰী মিশ্ৰাই সাংবাদিকৰ আগত কয় যে আ...

January 31, 2025 8:30 PM

views 42

যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল অৰবিন্দ কেজৰিৱালৰ

আপৰ নেতা অৰবিন্দ কেজৰিৱালে আজি যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল কৰে। উল্লেখযোগ্য আপৰ নেতাগৰাকীয়ে যমুনা নৈৰ পানীত বিহ ঢলা সন্দৰ্ভত কৰা পূৰ্বৰ মন্তব্যৰ ব্যাখ্যা বিচাৰি নির্বাচন আয়োগে শ্রীকেজৰিৱাললৈ জাননী জাৰি কৰিছিল। শ্রীকেজৰিৱালে তেওঁৰ পূৰ্বৰ মন্তব্য সন্দৰ্ভত দাখিল কৰা উত্তৰত যমুনা নৈত বৃদ্ধি হোৱা এমনিয়াৰ ফলত পানী প্ৰদূষিত হোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰে। পৰিবেশ সংকটৰ এই সময়ছোৱাত তেওঁ কৰা মন্তব্যৰ আঁৰত কোনো অসৎ উদ্দেশ্য নাছিল বুলি আয়...

January 30, 2025 5:13 PM

views 40

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নির্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা পত্ৰত অতি শীঘ্ৰে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আয়োগে হাৰিয়ানা চৰকাৰে নৈৰ পানীত কি ধৰণৰ বিহু ঢালিছে আৰু এই কথা প্ৰমাণসহ উত্তৰ দিবলৈ কেজৰিৱালক নিৰ্দেশ দিছে। নদীৰ কোন অংশত বিষক্রিয়া হৈছে আৰু দিল্লীৰ...

January 29, 2025 12:23 PM

views 33

অৰবিন্দ কেজৰিৱাললৈ নির্বাচন আয়োগৰ জাননী জাৰি

আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰিয়াক লৈ মন্তব্য আগবঢ়াইছিল। আয়োগে লগতে কয়, যে দিল্লী জলবোর্ডে যমুনা নদীৰ পানীৰ বিষক্ৰিয়া সন্দৰ্ভত পৰীক্ষা কৰিছিল। কিন্তু জলবোৰ্ডৰ প্ৰতিবেদনত কোনো ধৰণৰ বিষক্ৰিয়াৰ কথা উল্লেখ কৰা হোৱা নাই ।আপৰ আহ্ব...

January 29, 2025 12:04 PM

views 37

অৰবিন্দ কেজৰিৱাললৈ নির্বাচন আয়োগৰ জাননী জাৰি

আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰিয়াক লৈ মন্তব্য আগবঢ়াইছিল। আয়োগে লগতে কয়, যে দিল্লী জলবোর্ডে যমুনা নদীৰ পানীৰ বিষক্ৰিয়া সন্দৰ্ভত পৰীক্ষা কৰিছিল। কিন্তু জলবোৰ্ডৰ প্ৰতিবেদনত কোনো ধৰণৰ বিষক্ৰিয়াৰ কথা উল্লেখ কৰা হোৱা নাই ।

January 28, 2025 5:55 PM

views 29

যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ

দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে যমুনাৰ পানীক লৈ আম আদমী পাৰ্টী আৰু বিজেপিৰ বাক যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। হাৰিয়ানাৰ বিজেপি চৰকাৰে যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে সংবাদ মাধ্যমক কয়, যে জল বোর্ডে এই অভিযোগ খণ্ডন কৰিছে আৰু এই কথাই চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰৰ বিৰুদ্ধে আম আদমী পার্টীয়ে ভিত্তিহীন অভিযোগ কৰাৰ চেষ্টা কৰা বুলি প্ৰমাণ কৰিছে।দিল্লীৰ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতেও এই প্রসংগত আপৰ প্ৰধান নেতা অৰবিন্...

January 27, 2025 5:53 PM

views 26

নতুন দিল্লীত দলীয় নির্বাচনী ইস্তাহাৰ মুকলি আম আদমী পাৰ্টীৰ

আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নির্বাচনী ইস্তাহাৰ মুকলি কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই ইস্তাহাৰত ১৫টা গেৰাণ্টিৰ বিষয়ে ঘোষণা কৰা হৈছে। নতুন দিল্লীত আজি সংবাদমেল সম্বোধন কৰি শ্ৰী কেজৰিৱালে তেওঁৰ দল ক্ষমতালৈ আহিলে অহা ৫ বছৰৰ ভিতৰত এই ১৫টা প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। তেওঁ এই ১৫টা গেৰাণ্টিৰ ভিতৰত নিয়োগৰ সুবিধা, চিকিৎসা সেৱাৰ বাবে সঞ্জীৱনী আঁচনি, প্ৰতিমাহে মহিলাসকলৰ বাবে ২১০০ টকাৰ আৰ্থিক সাহায্য আৰু পানীৰ বকেয়া ধন মাফকে ধৰি বিভিন্ন ...

January 22, 2025 8:06 PM

views 38

দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা অনুষ্ঠানত দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কয় যে আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব পৰা নাই। আম আদমী পাৰ্টীক তীব্র কটাক্ষ কৰি শ্ৰীমোদীয়ে কয়, যে দিল্লীত খোৱাপানীৰ পৰিৱৰ্তে সুৰা পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালকো প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়। প্রধানমন্ত্রী শ্রী...

December 31, 2024 1:04 PM

views 45

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি কৰা মন্তব্যক সমালোচনা বিনয় কুমাৰ চাক্সেনাৰ

দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি কৰা মন্তব্যক সমালোচনা কৰিছে। উপ- ৰাজ্যপালগৰাকীয়ে শ্ৰীকেজৰিৱালৰ এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। শ্ৰীচাক্সেনাই শ্ৰীমতী আতিশীলৈ লিখা এখন পত্ৰ এইবুলি কৈছে যে অৰবিন্দ কেজৰিৱালে সংবাদমাধ্যমৰ আগত শ্ৰীমতী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি ৰাজহুৱভাবে কৰা মন্তব্য অত্যন্ত অপমানজনক। উপ-ৰাজ্যপালগৰাকীয়ে অৰবিন্দ কেজৰিৱালে ঘোষণা কৰা মহিলা সন্মান যোজনাৰ...