ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 29, 2025 12:23 PM | AAP

printer

অৰবিন্দ কেজৰিৱাললৈ নির্বাচন আয়োগৰ জাননী জাৰি

আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰিয়াক লৈ মন্তব্য আগবঢ়াইছিল। আয়োগে লগতে কয়, যে দিল্লী জলবোর্ডে যমুনা নদীৰ পানীৰ বিষক্ৰিয়া সন্দৰ্ভত পৰীক্ষা কৰিছিল। কিন্তু জলবোৰ্ডৰ প্ৰতিবেদনত কোনো ধৰণৰ বিষক্ৰিয়াৰ কথা উল্লেখ কৰা হোৱা নাই ।আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰিয়াক লৈ মন্তব্য আগবঢ়াইছিল। আয়োগে লগতে কয়, যে দিল্লী জলবোর্ডে যমুনা নদীৰ পানীৰ বিষক্ৰিয়া সন্দৰ্ভত পৰীক্ষা কৰিছিল। কিন্তু জলবোৰ্ডৰ প্ৰতিবেদনত কোনো ধৰণৰ বিষক্ৰিয়াৰ কথা উল্লেখ কৰা হোৱা নাই ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।