ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা

● সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ’ব। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগ্‌দা আৰু মাণিকতোলা, হিমাচল প্ৰদেশৰ দেহেৰা, হমিৰপুৰ আৰু নালাগড়, উত্তৰাখণ্ডৰ বদ্রীনাথ আৰু মংলোৰ, বিহাৰৰ ৰূপৌলি, মধ্যপ্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ ৱিক্ৰৱন্দি আৰু পাঞ্জাৱৰ জলন্ধৰ পশ্চিম আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ কৰা হৈছিল।