February 1, 2025 6:51 PM

views 12

কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত কাৰ্বি নৱবৰ্ষ পালন

কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি নৱবৰ্ষ পালন কৰা হয়। ইংৰাজী বৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত কাৰ্বি নৱবৰ্ষৰ পহিলা মাহ থাংথাং আৰম্ভ হয়। কাৰ্বিসকলৰ কৃষিকৰ্মৰ পৰিক্ৰমা এই সময়ৰ পৰা আৰম্ভ হোৱাৰ সূত্ৰে এই মাহটোৱে বিশেষ তাৎপর্য বহন কৰে। কাৰ্বি নিংকানকিমি অর্থাৎ কাৰ্বি নৱবৰ্ষ উপলক্ষে কাৰ্বি কু...

February 1, 2025 6:27 PM

views 18

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কপিলী নৈৰ দলং মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাত জাগীৰোড-মৰিগাঁও সংযোগী ৭১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা ৭৩ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰা কপিলী নৈৰ দলংখন মুকলি কৰে। এই দলংখনে মৰিগাঁও জিলাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত প্ৰভূত পৰিৱৰ্তন আনিব বুলি ড° শৰ্মাই আস্থা প...

February 1, 2025 6:22 PM

views 12

লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি লোকসভাত দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে আৰু বৃহৎ অর্থনৈতিক সংস্কাৰৰ ঘোষণাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দাখিল কৰা আজিৰ বাজেটত শিশু, মহিলা, কৃষক আৰু উদ্যমী সকলৰ কাৰণে বিশেষ প্...

February 1, 2025 6:19 PM

views 12

ইউৰোপীয় আউটড’ৰ চেম্পিয়নশ্বিপৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেৰ ৰূপৰ পদক

ইউৰোপীয় আউটড'ৰ চেম্পিয়নশ্বিপত যোৱা নিশা ফ্ৰান্সৰ মিটিং মিৰামাছ মেট্ৰ'পলত অনুষ্ঠিত পুৰুষৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেই ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ৭.৬৪ ছেকেণ্ডৰ সময়েৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ পূৰ্বৰ শ্ৰেষ্ঠ ৭.৬৫ ছেকেণ্ড সময় ভংগ কৰে। স্পেইনৰ এনৰিকে ল'পিছে...

February 1, 2025 6:14 PM

views 14

আমেৰিকাৰ উত্তৰ-পূব ফিলাডেলফিয়াত বিমান দুর্ঘটনাগ্ৰস্ত, বহু লোক নিহত হোৱাৰ আশংকা

আমেৰিকাত যোৱা নিশা উত্তৰ-পূব ফিলাডেলফিয়াত এখন বিমান দুর্ঘটনাগ্ৰস্ত হোৱাত বহু লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে অতি জৰুৰীকালীন অৱস্থাৰো সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ৰ'নহাৰ্ষ্টৰ আৱাসিক চুবুৰীৰ ৰুজভেল্ট মলৰ সমীপত এই দুর্ঘটনা সংঘটিত হ...

February 1, 2025 6:10 PM

views 20

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

আজি ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত এই শক্তিৰ সাহস, নিষ্ঠা, আৰু অদম্য সতর্কতাৰ বাবে প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে সামুদ্রিক সুৰক্ষাৰ পৰা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱালৈকে, চোৰাংচোৱা বিৰোধী অভিযানৰ প...

February 1, 2025 1:15 PM

views 25

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঔদ্যোগীক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি ২০২৫, অসম মহাকাশ আৰু প্ৰতিৰক্ষামূলক সাম...

February 1, 2025 1:10 PM

views 14

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ২০২৫- ২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্ট আপ উদ্যমী প্ৰণৱ তালুকদাৰ ...

February 1, 2025 1:07 PM

views 13

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে পতাকা বেদীৰ প্ৰথম চক্ৰত ৭৭ খন আৰু দ্বিতীয় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰে। উল্লেখযোগ্...

February 1, 2025 1:06 PM

views 11

মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদন গ্ৰহণৰ সময়সীমা অহা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই পৰ্যায়ত অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে বন্দবস্তি, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰাঞ্চল হিচাপে ঘোষিত এলেকাত দখলিস্বত্ব থ...