December 2, 2025 8:45 PM
13
মুম্বাইৰ শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কুৱেইটৰ পৰা হায়দাবাদ অভিমুখী ইণ্ডোগো বিমানৰ জৰুৰীকালীন অৱতৰণ
মুম্বাইৰ শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি পুৱা কুৱেইটৰ পৰা হায়দাবাদ অভিমুখী ইণ্ডোগোৰ এখন বিমান জৰুৰীকালীনভাৱে অৱতৰণ কৰোৱা হয়। কৰ্তৃপক্ষই জনোৱা মতে বিমানখনত মানৱ বোমা থকা বুলি এখন ই-মেইল লাভ কৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হয়। বিমানখন নিৰাপদে অৱতৰণ কৰোৱা হয় আৰু পাছত সুৰক্ষা পৰীক্ষা কৰা...