February 8, 2025 12:35 PM

views 22

দক্ষ ভাৰত কার্যসূচীত ২০২৫-২৬ বৰ্ষলৈ ৮,৮০০ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৮ হাজাৰ ৮০০ কোটি টকাৰ দক্ষ ভাৰত কার্যসূচীত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে প্ৰয়োজন অনুসৰি দক্ষতাৰ বিকাশত গুৰুত্ব আৰোপ কৰিছে । শ্রীবৈষ্ণৱে লগতে চৰকাৰে চাফাই ...

February 8, 2025 12:31 PM

views 24

তিনি-দিনীয়া ভ্রমণসূচীৰে পৰহিলৈ প্ৰধানমন্ত্ৰী ফ্ৰান্সলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি-দিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্রীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে সহ- অধ্যক্ষতা কৰিব। বৈদেশিক সচিব বিক্রম মিশ্রীয়ে কালি নতুন দিল্লীত প্রধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বিষয়ে প্...

February 8, 2025 12:29 PM

views 16

ৱেভছ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৱেভছ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনৰ উপদেষ্টা পৰিষদৰ এখন বৈঠকত মিলিত হয়। এই শীর্ষ সন্মিলনে বিশ্বৰ মনোৰঞ্জন, সৃষ্টিশীলতা আৰু সাংস্কৃতিক জগতক একত্ৰিত কৰিছে। বৈঠকত প্রধানমন্ত্রীয়ে বলীউডৰ জ্যেষ্ঠ অভিনেতা অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, অনুপম, খেৰ, চিৰঞ্জীৱি, অ...

February 7, 2025 9:24 PM

views 17

৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্ৰীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। আজি নতুন দিল্লীত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিব...

February 7, 2025 9:11 PM

views 2

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত স্বাস্থ্য, পানীযোগান, বিনিয়োগ, শিক্ষা আৰু বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়৷ জিলাখনৰ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তহীনতা প্ৰতিৰোধ, প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিতকৰণ আৰু সম...

February 7, 2025 9:10 PM

views 17

সৰুপেটাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন

বজালী জিলাৰ সৰুপেটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত আজি নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শংকৰ গুৰু আমাৰে' মঞ্চস্থ কৰা হ'ব। কাইলৈ মৃণ্ময় ভূঞাৰ ‘দ্রোণাচার্য শ্রী গুৰুৱে...

February 7, 2025 9:08 PM

views 21

জ্যোতি চিত্ৰবনত আজিৰে পৰা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ হৈছে। আজি ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প'ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি ৫.৩০ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাদ্দা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰচন্ন ভিথানাগে আৰু অসমৰ কেইব...

February 7, 2025 9:01 PM

views 15

কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ, ৰাজনীতিক, সমাজকর্মী ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন কৰে। মুখ্যমন্ত্ৰীৰ ১০ লাখ টকাৰ আৰ্থিক অনুদানেৰে এই ছহিদ বেদী আৰু প্ৰতিমূৰ্তি কৰা হ'ব। ইয়াৰ বাবে শ্ৰী দৈমা...

February 7, 2025 8:53 PM

views 23

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰ...

February 7, 2025 8:48 PM

views 18

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্...