February 9, 2025 11:19 AM

views 28

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে নিজকে বিশ্বৰ সৃজনশীল শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে ভেটি...

February 9, 2025 11:13 AM

views 13

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী...

February 9, 2025 11:08 AM

views 26

যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূ...

February 9, 2025 11:04 AM

views 19

২৭ বছৰৰ মূৰত বিজেপিৰ দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত

বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি ২৭ বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত হৈছে। দলটোৱে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ ভিতৰত ৪৮ খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ২২ খনত জয়লাভ কৰিছে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লী...

February 8, 2025 9:35 PM

views 12

তিনি দশকৰ পাছত দিল্লীৰ ক্ষমতা দখল বিজেপিৰ

বিজেপিয়ে দিল্লীত তিনি দশকৰ পাছত ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। আজি অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ তথ্য অনুসৰি দলটোৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত বিজেপিয়ে ৪৮ খন, আম আদমী পাৰ্টীয়ে ২২ খন আসন লাভ কৰে। কংগ্ৰ...

February 8, 2025 9:30 PM

views 11

নৌসেনাৰ বাবে EON-51 শ্ৰেণীৰ ২৮টা প্ৰণালী ক্ৰয়ৰ বাবে ভাৰত ইলেকট্রনিক্স লিমিটেডৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ চুক্তি

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে আজি নৌ সেনাৰ বাবে নতুন প্ৰজন্মৰ ১১ খন উপকূলীয় পহৰা জাহাজ আৰু তিনিখন প্রশিক্ষণ জাহাজৰ বাবে EON-51 শ্ৰেণীৰ ২৮টা প্ৰণালী ক্ৰয়ৰ বাবে ভাৰত ইলেকট্রনিক্স লিমিটেডৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ বাবদ ৬৪২ কোটি টকা ব্যয় হ'ব। EON-51 একপ্ৰকাৰৰ বিদ্যুৎ আলোকীয় অগ্নি নিয়ন্ত...

February 8, 2025 9:23 PM

views 18

দিল্লী বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰা জনাদেশৰ বাবে দিল্লীবাসীক প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰা জনাদেশৰ বাবে দিল্লীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে দলটোৱে দিল্লীৰ বিকাশ, জনসাধাৰণৰ জীৱনৰ সামগ্রিক মানৰ উন্নয়ন আৰু উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত দিল্লীৰ মুখ্য ভূমিকা সুনিশ্চিত কৰাত চ...

February 8, 2025 9:37 PM

views 6

কালকাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী আতিশীৰ ধন্যবাদ

আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী আতিছিয়ে তেওঁৰ হকে জনাদেশ দিয়াৰ বাবে কালকাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নেতৃগৰাকীয়ে কয়, যে তেওঁলোকৰ দলে জনসাধাৰণৰ জনাদেশ মানি লৈছে। তেওঁ লগতে নিৰ্বাচনৰ সময়ত চলোৱা প্ৰচাৰ অভিযানৰ বাবে দলীয় কৰ্মীসক...

February 8, 2025 9:18 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্রীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জা...

February 8, 2025 9:17 PM

views 4

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধ...