December 3, 2025 11:15 AM

views 36

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। প্ৰথমখন এদিনীয়াত ভাৰতে ১৭ ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। খ...

December 3, 2025 12:42 PM

views 39

এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত ভাৰত ফাইনেলত প্ৰৱেশ

তামিলনাডুৰ মাদুৰাই আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত পুৰুষৰ এখন খেলত ভাৰতে ছুইজাৰলেণ্ডক ৫-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়োজক দল ভাৰতে এই পর্যন্ত তিনিখন খেলৰ পৰা ৯ পইণ্ট লাভ কৰি পুল বিৰ শীৰ্ষত থাকে। ৰোহিত নেতৃত্বাধীন ভাৰতে শুকুৰবাৰে চেন্নাই...

December 3, 2025 12:40 PM

views 32

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰিলায়েন্স জিঅ’ৰ সৈতে চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথত দূৰসংযোগ আধাৰিত সুৰক্ষা সতৰ্কতা প্ৰণালী স্থাপন কৰাৰ বাবে ৰিলায়েন্স জিঅ'ৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰাসকলক সময়মতে তথ্য যোগান ধৰি পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাই এই উ...

December 3, 2025 12:37 PM

views 22

প্ৰথমবাৰৰ বাবে ভাৰতক আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ

● ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি ছুইডেনৰ ষ্টকহ’মত হ’বলগীয়া অনুষ্ঠানত অধ্যক্ষতা কৰিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে সমগ্ৰ বিশ্বত আজি ভাৰত নিৰপেক্...

December 3, 2025 11:41 AM

views 37

সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। ...

December 3, 2025 12:35 PM

views 25

ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰত...

December 3, 2025 12:32 PM

views 24

দেশত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে

ভাৰতত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই প্ৰকাশ কৰিছে। টি বি মুক্ত ভাৰত অভিযানৰ বিষয়ে নতুন দিল্লীত সদনৰ সম্প্ৰসাৰিত ভৱনৰ সভাগৃহত অনুষ্ঠিত বৈঠকত সাংসদসকলক উদ্দেশ্যি দিয়া এটা ভাষণ...

December 3, 2025 12:29 PM

views 23

নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাত উদ্দেশ্যে আজি বিয়লি থিৰুৱনন্তপুৰমত উপস্থিত হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে বিয়লি থিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁ শ্বাংগুমুঘাম সাগৰ তীৰত হবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ...

December 3, 2025 12:27 PM

views 17

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব

● আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ...

December 3, 2025 12:25 PM

views 24

অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত

সংসদত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লগতে নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত দুয়ো পক্ষই আলোচনাৰ বাবে সন্মত হোৱাৰ পাছত চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজৰ অচলাৱস্থা দূৰ হৈছে। দুদিন ধৰি চলা হুলস্থূলীয়া পৰিৱেশ আৰু বিশৃংখলাতৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্যকৰী পৰামৰ্শ সমিতিৰ এখন বৈঠকত অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ...