February 16, 2025 11:02 AM

views 32

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীক ৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কীমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাচনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু সম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় এহেজাৰটা চৰ...

February 16, 2025 10:58 AM

views 18

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দিল্লীত কালি এটা সংবাদগোষ্ঠীয়ে আয়োজন কৰা সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শ্ৰী মোদীয়ে কয়, যে ভাৰতে গোলকীয় পৰ্যায়ত সম্প্রতি এনে স্থান লাভ...

February 16, 2025 10:54 AM

views 19

ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত ভাগ ল'ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ভাৰত টেক্স ২০২৫ৰ কাইলৈ সামৰণি পৰিব। এই প্রদর্শনীত কেঁচা সামগ্রী, উৎপাদিত সামগ্ৰী আৰু আনুসংগিক সা-সঁজুলীকে ধৰি বস্ত্ৰ উদ্...

February 16, 2025 10:50 AM

views 27

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। তেওঁ লগতে পৰম্পৰাগত ক্ষুদ্ৰ সমাধান সূত্ৰৰ কথা পাহৰি নাযাবলৈ যুৱ প্ৰজন্মৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। কালি বিয়লি ৰাঁচীৰ বিৰলা প্রযুক্তি প্রতিষ্ঠান মেছৰাৰ মহাৰজত জ...

February 15, 2025 7:53 PM

views 23

আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্রিকেট দল ডুবাই অভিমুখে ৰাওনা

সমাগত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো আজি ডুবাই অভিমুখে ৰাওনা হৈছে। ভাৰতে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। ইয়াৰ পাছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আঘাতৰ বাবে যশপ্রীত বুমৰাক...

February 15, 2025 7:50 PM

views 12

ৰনবীৰ এলাহবাদীয়াৰ শুংসূত্ৰ উলিয়াব পৰা নাই মুম্বাই আৰক্ষীয়ে

মুম্বাই আৰক্ষীয়ে ৰনবীৰ এলাহবাদীয়াৰ ম'বাইল ফোন বন্ধ হৈ থকাৰ বাবে প'ডকাষ্টাৰজনৰ শুংসূত্ৰ উলিয়াব পৰা নাই। এলাহবাদীয়াই সময় ৰাইনাৰ ইউটিউব শ্বোত পিতৃ-মাতৃৰ বিষয়ে কৰা অশোভনীয় মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত কেইবাগৰাকীও ব্যক্তিয়ে অভিযোগ দাখিল কৰিছে। ইপিনে মুম্বাই আৰক্ষীয...

February 15, 2025 7:45 PM

views 21

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতীয় অর্থনীতিৰ স্পষ্ট ছবি দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত শেহতীয়াকৈ দিয়া ভাষণত ভাৰতীয় অর্থনীতি এখন স্পষ্ট ছবি দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্রধানমন্ত্রীয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেট নতুন আয়কৰ বিধেয়ক অন্তর্ভুক্তি সন্দৰ্ভত সংসদত দিয়া ভাষণটো শ্বেয়াৰ কৰে। বি...

February 15, 2025 7:41 PM

views 19

নতুন দিল্লীত ভাৰত-টেক্স ২০২৫ প্ৰদৰ্শনীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-টেক্স ২০২৫ প্ৰদৰ্শনীত কাইলৈ ভাগ ল'ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। ১৭ ফেব্ৰুৱাৰীত এই প্ৰদৰ্শনীৰ সামৰণি পৰিব। এই প্রদর্শনীত কেঁচা সামগ্ৰী, উৎপাদিত সামগ্ৰী আৰু আনুসংগিক সা-সঁজুলীকে ধৰি বস্ত্ৰ উদ্যোগ খণ্ডৰ সমগ্ৰ মূল্য শৃংখলা ...

February 15, 2025 7:37 PM

views 22

এন ডি এ চৰকাৰে বড়ো জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে প্ৰয়াস চলাই আহিছে : প্রধানমন্ত্ৰী

কেন্দ্ৰ আৰু অসমত শাসনাধিস্থিতিত এন ডি এ চৰকাৰে বড়ো জনগোষ্ঠীৰ সৱলীকৰণ আৰু জনগোষ্ঠীটোৰ লোকসকলৰ অভিলাস পূৰণৰ বাবে নিৰলসভাৱে প্ৰয়াস চলাই আহিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই প্ৰচেষ্টা ইয়াতকৈও ব্যাপকৰূপত অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে। পৰহিলৈ কোকৰাঝাৰত অসম বিধানসভা অধিৱেশনৰ ...

February 15, 2025 7:29 PM

views 16

বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ

ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে বালি কঢ়িওৱা ডাম্পাৰ চালক এজনক আটক কৰি মুকলি কৰি দিয়াৰ নামত আৰক্ষী বিষয়াগৰাকীয়ে ডাম্পাৰ চালকজনৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লোৱা সন্দৰ্ভত চালকজনে আৰক্ষী অধীক্ষকৰ ওচৰত...