February 17, 2025 12:53 PM
76
কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ছিখনা জহৌলাওলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্ৱীকৃতি
কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ৩১৬ বর্গ কিলোমিটাৰ অঞ্চলত জৈৱ বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে ছিখনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত কালি কেবিনেটে অনুমোদন জনায়। কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই সন্দৰ্ভত কয়, যে মধ্যপ্রদেশত ব...