December 3, 2025 9:07 PM
22
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এতিয়ালৈ ১০৫টা ষ্টেচনৰ কাম সম্পূৰ্ণ হৈছে : ৰে’ল মন্ত্রী
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰ্তমানলৈকে ১০৫টা ষ্টেচনৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণবে প্রকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্রীবৈষ্ণবে এই কথা প্রকাশ কৰি কয় যে ষ্টেচনসমূহৰ পুনৰনিৰ্মাণৰ বাবে চৰকাৰে এই আঁচনি মুকলি কৰিছিল আৰু ইয়াৰ অধীনত মুঠ এহেজাৰ ৩৩৭টা ৰেল ষ্টেচন...