February 18, 2025 11:48 AM

views 31

নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা

নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দলৰ জ্যেষ্ঠ নেতাসকলৰ লগতে বিজেপিৰ নৱনিৰ্বাচিত আটাইকেইটা বিধায়কে অংশগ্ৰহণ কৰিব। দলীয় সূত্ৰৰ তথ্য অনুসৰি বৈঠকৰ সময়ত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত ম...

February 18, 2025 11:46 AM

views 27

নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠকত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত ভাগ ল'ব। বৈঠকত মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু উপ-ৰাজ্যপাল মনোজ সিনহাও উপস্থিত থাকিব। বৈঠকত আৰক্ষী, কাৰাগাৰ, আদালত আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব জম্মু ...

February 18, 2025 11:44 AM

views 19

জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি

নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। প্রাক্তন মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকালৰ আজি অন্ত পৰিব। ১৯৮৮ চনৰ কেৰালা কেডাৰৰ প্রাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া জ্ঞানেশ কুমাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যৰত আছিল। ড° বিৱেক য...

February 17, 2025 8:47 PM

views 26

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্রতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভি...

February 17, 2025 8:43 PM

views 29

দিল্লীত বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ

নতুন দিল্লীত আজি সীমান্ত সুৰক্ষা বাহিনী-বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্রধান দলজিৎ সিং চৌধাৰ...

February 17, 2025 8:41 PM

views 36

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ ...

February 17, 2025 8:40 PM

views 30

NRDRMয়ে তেওঁলোকৰ উদ্যোগত দুটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ কথা অস্বীকাৰ

গ্রামীন উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় গ্ৰামীন উন্নয়ন আৰু পুনৰ নিৰ্মাণ অভিযান NRDRM এ তেওঁলোকৰ উদ্যোগত দুটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ কথা অস্বীকাৰ কৰিছে। মন্ত্ৰালয়ে জনাই যে, এন আৰ ডি আৰ এমে মন্ত্ৰালয়ৰ তত্বাৱধানত কাম নকৰে। মন্ত্ৰালয়ে লগতে এন আৰ ডি আৰ এমে www.nrdrm.com আৰু www.nrdrmvacan...

February 17, 2025 8:36 PM

views 28

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে৷ একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দে...

February 17, 2025 8:33 PM

views 36

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ...

February 17, 2025 8:32 PM

views 28

দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পঞ্জাৱৰ মোহালিত আজি ৰাষ্ট্ৰীয় কৃষি খাদ্য আৰু জৈৱ নিৰ্মাণ সংস্থানত উদ্যমিতা আৰু কৌশল বিকাশ কার্যক্রম পৰিসৰৰ শুভ উদ্বোধন কৰে। দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান জনাই শ্ৰীধনখড়ে ৰাষ্ট্ৰৰ কল্যাণ সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজনৈতিক কল্যাণৰ উৰ্ধত বুলি মন্তব্য ...