February 18, 2025 7:16 PM

views 26

স্বামী ৰামকৃষ্ণ পৰমহংসৰ জয়ন্তীত প্রধানমন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি স্বামী ৰামকৃষ্ণ পৰমহংসৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোডীয়ে কয়, যে স্বামী ৰামকৃষ্ণ পৰমহংসৰ মা কালীৰ প্ৰতি থকা গভীৰ ভক্তিৰ বাবে তেওঁৰ জীৱনত ভালেমান প্রভাৱ বিস্তাৰ কৰে।

February 18, 2025 7:01 PM

views 4

যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ...

February 18, 2025 6:35 PM

views 12

জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত ভাগ লয়। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, উপ-ৰাজ্যপাল মনোজ সিনহাকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। বৈঠকত জম্মু-কাশ্মীৰৰ আৰক্ষী, কাৰাগাৰ, আদালত আৰু ফৰেনচিক ব্যৱস্থাৰ সৈত...

February 18, 2025 1:30 PM

views 24

কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন

কার্বি বাংথে আছেম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ ডিগাৰুৰ ঐতিহাসিক বৰচিলা দেহাল থানত কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন কৰা হৈছে। আজি দিনৰ ভাগত হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে ভালেসং...

February 18, 2025 1:27 PM

views 92

কাৰ্বি জনগোষ্ঠীৰ লোক উৎসৱ দেহাল কাছিৰদম উলহ মালহেৰে উদযাপন

ৰাজ্যৰ কাৰ্বি জনগোষ্ঠী লোকসকলে আজি তেওঁলোকৰ লোক উৎসৱ দেহাল কাছিৰদম আধ্যাত্মিক পৰম্পৰা ৰীতি-নীতিৰে উলহ মালহেৰে উদযাপন কৰিছে। ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোক পৱিত্ৰ দিন হিচাপে গণ্য কৰি কাৰ্বি লোকসকলে তেওঁলোকৰ উপাস্য দেৱতাক সকলোৰে মঙ্গল কামনা কৰি পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ...

February 18, 2025 1:20 PM

views 31

প্ৰথম দিনৰ কাৰ্যসূচীৰে কালি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন

বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত ১০ মাৰ্চত ৰাজ্যিক বাজেট দাখিল কৰিব। এইখন হ'ব ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ শেষৰখন পূৰ্ণাংগ বাজেট। কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি প্ৰথম দিনাৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হোৱাৰ পাছত কাইলৈৰপৰা দিছপুৰৰ বিধানসভা ভৱনত অধিৱেশনৰ পৰৱৰ্তী কা...

February 18, 2025 1:15 PM

views 27

যোগীঘোপাত আজি আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্যৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিমল বৰা আৰু যোগেন মহনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব...

February 18, 2025 1:07 PM

views 18

ভাৰত বিৰোধী কার্যকলাপত জড়িত আলী তাকিৰ শেখৰৰ গোচৰৰ বিৰুদ্ধে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট গঠন

অসম আৰক্ষীয়ে ভাৰত বিৰোধী কার্যকলাপত জড়িত থকাৰ অভিযোগত পাকিস্তানৰ আলী তাকিৰ শেখ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এই সংক্ৰান্তত তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰে...

February 18, 2025 1:00 PM

views 23

ভাৰত-ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্ৰীৰ

বি টি আৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সৰলপাৰা আৰু ভাৰত-ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে লোকসভা নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া প্ৰতিশ্...

February 18, 2025 12:59 PM

views 15

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা অন্নপূর্ণ দেৱী যাদৱৰ

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণ দেৱী যাদৱে কালি ডিব্ৰুগড়ত জিলাখনৰ মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰৰ বিভাগীয় বিষয়াসকলৰ সৈতে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়।...