February 19, 2025 3:32 PM

views 28

দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ ক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মর্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা...

February 19, 2025 3:29 PM

views 27

আজি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী পালন

মহান মাৰাঠা যোদ্ধা,ৰজা ছত্রপতি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী আজি পালন কৰা হৈছে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ শিৱনেৰী দুৰ্গত ১৬৩০ চনত জন্ম গ্রহণ কৰা ছত্রপতি শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্যৰ ভেটি স্থাপন কৰি মোগল শাসনক প্রত্যাহ্বান জনাইছিল। তেওঁৰ প্ৰগতিশীল নেতৃত্ব,সামৰিক বুদ্ধিমত্তা,সাহস,প্ৰজ্ঞা আৰু স্বৰ...

February 19, 2025 3:27 PM

views 27

৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত গৃহমন্ত্ৰীৰ অনুমোদন

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ কমিটিখনে যোৱা বছৰ বান, আকস্মিক বান, ভূমিস্খলন আৰু ঘূর্ণিবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে কেন্দ্রীয় গৃহ মন্ত্ৰালয...

February 19, 2025 3:24 PM

views 32

পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা ভাৰতৰ

ভাৰতে পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা দিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বিথানেনি হৰিছে কালি নিৰাপত্তা পৰিষদত কয়, যে ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদী হিচাপে গণ্য কৰা ২০ টাৰো অধিক সংগঠনক আশ্রয় প্রদান কৰা সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ইছলামাবাদে সন্ত্রাসবিৰোধী যুঁজত অগ্...

February 19, 2025 3:10 PM

views 36

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে ...

February 19, 2025 2:28 PM

views 34

যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাত কালি উদ্বোধন কৰা আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে এই প্রকল্পক ঐতিহাসিক বুলি অভিহিত কৰি আগলৈ ই আন্তঃগাঁথনি উন্নয়ন তথা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ বিকাশ আৰু অগ্ৰগতিত যথেষ্ট অৰিহণা যোগাব আশা প্ৰকাশ ...

February 19, 2025 2:24 PM

views 30

বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে ৰাজ্...

February 19, 2025 10:55 AM

views 24

অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব: ড০ বসন্ত কুমাৰ গোস্বামী

  অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ঘোষণা কৰিছে। সভাপতি হিচাপে প্ৰথমবাৰলৈ কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি ড০ গোস্বামীয়ে প্ৰকাশ কৰে যে সাহিত্য সভাৰ নতুন কার্যনির্বাহক সমিতিত এটা ...

February 18, 2025 8:20 PM

views 19

ভাৰত আৰু কাটাৰে বাণিজ্য, শক্তি, বিনিয়োগ আদিত সম্পৰ্কত উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত আৰু কাটাৰে বাণিজ্য, শক্তি, বিনিয়োগ, উদ্ভাৱন, প্ৰযুক্তি, খাদ্য, সুৰক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কত বিশেষ  গুৰুত্ব আৰোপেৰে উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ অল থানীৰ মাজত নতুন দ...

February 18, 2025 8:14 PM

views 11

পাঞ্জাৱ, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ স্থানীয় নিকায়ৰ বাবে ৫৬২ কোটি টকাৰো অধিক অনুদান

কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ অধীনত পাঞ্জাৱ, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ স্থানীয় নিকায়সমূহৰ বাবে ৫৬২ কোটি টকাৰো অধিক অনুদান মোকলাই দিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহলৈ প্ৰদান কৰা এই অনুদানে তৃণমূল পৰ্যায়ত গণতন্ত্ৰ সফল কৰি...