February 26, 2025 6:49 PM

views 39

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে পৰহিলৈ ৰাওনা হ’ব উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱালৈ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে পৰহিলৈ ৰাওনা হ’ব। উৰুগুৱে ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰছিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা...

February 26, 2025 6:44 PM

views 22

আকাশবাণীয়ে  দেশৰ সংস্কৃতিৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগল

প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগলে কয়, যে আকাশবাণীয়ে জনসেৱা প্ৰচাৰৰ মাধ্যম হিচাপে দেশৰ সংস্কৃতিৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাকুম্ভৰ আজি অন্তিম দিনটোত শ্ৰী সেহগলে কয়, যে আকাশবাণীৰ কুম্ভবাণী চেনেলে ইয়াৰ ৪৮ দিনীয়া প্ৰচাৰ কাৰ্যসূচীত দেশৰ বৃহৎ সং...

February 26, 2025 6:39 PM

views 32

মৰিগাঁও জিলাৰ ৮০গৰাকী শ্রৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ

সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আৰু আৰ্টিফিচিয়েল লিম্ব মেনিফেকচাৰিং লিমিটেড কানপুৰৰ সহযোগত আজি মৰিগাঁও জিলাৰ ৮০গৰাকী শ্রৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁও শিক্ষা বিভাগৰ প্রজ্ঞা ভৱনত আয়োজন কৰা এটা অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে মানৱ...

February 26, 2025 6:36 PM

views 35

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ ...

February 26, 2025 12:40 PM

views 35

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ ৰাওনা

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত আজি সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ যাব। সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এই প্রতিনিধি দলটো আজি ৰাজ্যখনলৈ ৰাওনা হ'ব। বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰাৰ বাবে লোৱা কাৰ্যসূচীৰ অ...

February 26, 2025 12:38 PM

views 40

মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য

অসম তথা জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ব্ৰিটিছ বিৰোধী সংগ্ৰামত চৰম বলিদান দিয়া দুগৰাকী স্বাভিমানী অসমীয়া মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আজি পূণ্য তিথি। পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্...

February 26, 2025 12:33 PM

views 40

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ দ্বিতীয় দিনা কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ আজি দ্বিতীয় দিনা কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা ব...

February 26, 2025 12:24 PM

views 17

দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে মহা শিৱৰাত্ৰি পালন

মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, ঢেকীয়াজুলিৰ বাবা গুপ্তেশ্বৰ দেৱালয়, হলেশ্বৰ দেৱালয়, ন-দুৱাৰ সমষ্টিৰ নাগশং...

February 26, 2025 12:15 PM

views 21

কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীত থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড চমুকৈ বি বি এছ এছ এলৰ থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। বৈঠকত শ্ৰীশ্বাহে কয় যে থলুৱা বীজৰ সংৰক্ষণ আৰু প্ৰসাৰৰ হকে বি বি এছ এছ এলে অবিৰতভাৱে কাম কৰি আছে। তেওঁ দেশৰ বিভিন্ন অঞ...

February 26, 2025 12:06 PM

views 32

অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে কেন্দ্ৰীয় চৰকাৰে

অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক কালি অৱগত কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্বল ভূঞাৰ বিচাৰপীঠক কালি চ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে চিনাক্ত হোৱা বিদেশীৰ প্ৰত্যাপর্ণ স...