March 11, 2025 12:57 PM

views 16

হোলী উৎসৱৰ পূৰ্বে উত্তৰ ৰে’লৱেৰ ৪০০ খনতকৈও অধিক বিশেষ ৰে’লৰ চলাচল আৰম্ভ

সমাগত হোলী উৎসৱৰ পূৰ্বে যাত্ৰীসকলৰ সুবিধা হোৱাকৈ উত্তৰ ৰে'লৱেই ৪০০ খনতকৈও অধিক বিশেষ ৰে'লৰ চলাচল আৰম্ভ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয়, যে যাত্ৰীসকলৰ সুবিধার্থে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ উল্ল...

March 11, 2025 12:40 PM

views 10

নতুন দিল্লীত আজি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি বিয়লি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই প্ৰতিযোগিতাত ১৪৫ গৰাকী ভাৰতীয় আৰু ২০ খন দেশৰ ১০৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীৰে মুঠ ২৫০ গৰাকী পেৰা এথলিটে ভাগ ল'ব। এই প্ৰতিযোগিতা ৯০টা পেৰা ইভেণ্টৰে ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ...

March 11, 2025 12:26 PM

views 21

৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা ফাইনেলত প্ৰৱেশ

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ তথা জিলা ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটী ক্রীড়া সন্থাই আয়োজন কৰা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত কালি জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই – গ্লোৱেল ফুটবল ক্লাৱক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰ...

March 11, 2025 11:58 AM

views 25

ৰকিবুল হুছেইনক চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যোৱা ২০ ফেব্ৰুৱাৰীত চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি অসম বিধানসভাত ৰাজ্যৰ গৃহ বিভাগে এই তথ্য প্ৰকাশ কৰে। এই ঘটনাত ২২ জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সাংসদগৰাকীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত তিনিটা গোচৰ ৰুজু কৰা হৈছ...

March 11, 2025 1:14 PM

views 20

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মা...

March 11, 2025 11:54 AM

views 30

ৰাজ্যখনৰ ১০০০ গৰাকী যুৱ লেখকলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য

 অসম চৰকাৰে সৃষ্টিশীল বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ৰ লেখাৰে বৰঙণি আগবঢ়োৱা ৰাজ্যখনৰ এহেজাৰ গৰাকী যুৱ লেখকলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব। কালি বিত্তমন্ত্রী অজন্তা নেওগে বাজেট ভাষণত এই বিষয়ে প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে চলিত বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই অনুসৰি সাহিত্য চৰ্চা...

March 11, 2025 11:52 AM

views 46

অসম বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক-বিৰোধীৰ মিশ্রিত প্ৰতিক্ৰিয়া

অসম বিধানসভাত কালি দাখিল হোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক-বিৰোধীৰ মিশ্রিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। শাসনধিস্থিত বিজেপিৰ লগতে মিত্রদল অসম গণ পৰিষদে বাজেটখনক জনমুখী আখ্যা দিছে। বাজেটখনে জনসাধাৰণৰ জীৱন যাত্ৰা সহজ কৰি ৰাজ্যখনৰ উন্নয়নক নতুন গতি দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প...

March 11, 2025 11:51 AM

views 33

মহাকাশত অসমৰ বাবে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিবলৈ বাজেটত সিদ্ধান্ত

মহাকাশত অসমে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপনৰ বাবে বাজেটত লোৱা প্ৰস্তাৱ সন্দৰ্ভত কালি বিত্ত মন্ত্ৰীয়ে সদৰি কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত আৰ্থ-সামাজিক প্রকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমে আছাম ছেট নামৰ এই কৃত...

March 10, 2025 9:12 PM

views 12

ই-শ্ৰম পোৰ্টেলত ৩০ কোটি ৬৮ লাখৰো অধিক অসংগঠিত শ্রমিকৰ পঞ্জীয়ন : কেন্দ্ৰ

কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰম পোৰ্টেলত ৩০ কোটি ৬৮ লাখৰো অধিক অসংগঠিত শ্রমিকে পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে ৷ আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুশ্রী শোভা কাৰান্দলাজেই এই তথ্য প্ৰকাশ কৰি কয়, যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ ভিতৰত ৫৩ শতাংশতকৈ অধিক মহিলা শ্রমি...

March 10, 2025 9:06 PM

views 19

কম্বোদিয়াৰ চিয়েম ৰিয়েপত তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা

কম্বোদিয়াৰ চিয়েম ৰিয়েপত আজি তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আজিৰ বৈঠকত ৰাজনৈতিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিকাশ, সহযোগ, ঐতিহ্য সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কত আলোচন...