March 20, 2025 5:03 PM

views 29

দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়াম খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ’ব

নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত আজি বিয়লি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ'ব। প্ৰচাৰ ভাৰতীৰ স্পোর্টছ ইউটিউব চেনেলত এই উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। এইবাৰৰ খেলো ইণ্ডিয়া পেৰা গেমছত ১,৩০০ অধিক এথলীটে মুঠ ৬বিধ ক্রীড়াত অংশ ল’ব।

March 20, 2025 4:38 PM

views 19

আই পি এল টি-২০ ক্রিকেটত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত ৰিয়ান পৰাগে নেতৃত্ব বহন কৰিব

অসমৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ৰিয়ান পৰাগে আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত নেতৃত্ব বহন কৰিব। দলটোৱে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৬ মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ ব...

March 20, 2025 4:18 PM

views 30

বিচিচিআয়ে চলিত বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আয়ে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষককে ধৰি পুৰুষ দলৰ খেলুৱৈ নিৰ্বাচন সমিতিৰ সদস্য তথা আন সহযোগীসকলক এনেদৰে সন্মানিত কৰা হৈছে বুলি বি চি চি আয়ে প্রকাশ কৰিছে। উল...

March 20, 2025 4:15 PM

views 29

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্তিৰে তেওঁলোকলৈ সমৰ্থনৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্ত কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত এই কথা প্রকাশ কৰি কয় যে আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি ...

March 20, 2025 4:12 PM

views 26

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত উদ্যম উৎসৱত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত আয়োজিত উদ্যম উৎসৱত অংশগ্ৰহণ কৰিব। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলিত মাহৰ ৩০ তাৰিখে সামৰণি পৰিবলগীয়া এই উৎসৱৰ জৰিয়তে দেশৰ ঐতিহ্যক নাগৰিকৰ ওচৰলৈ লৈ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলী...

March 20, 2025 4:08 PM

views 24

কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰেঃ প্রহ্লাদ যোশী

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে ডি এম কে দলে তামিলনাডুত নিজৰ বিফলতা লুকুৱাবৰ বাবে সংসদত প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টো উত্থাপন কৰিছে। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰে। লো...

March 20, 2025 3:57 PM

views 23

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰ ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰ ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ হৈছে। এইবেলি এই যাত্ৰাৰ বাবে আধাৰৰ জৰিয়তে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি আগ্ৰহী ভক্তসকলে নিজৰ নিজৰ নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ডৰ বিস্তৃত তথ্য দাখিল কৰিব লাগিব। চাৰ ধাম যাত্ৰাৰ সময়ত তীর্থযাত্ৰীসকল কোনো ধৰণৰ অসু...

March 20, 2025 3:48 PM

views 32

সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছেঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত আনুষ্ঠিত চি আই আই ইণ্ডিয়া-এল এ চিৰ অভিৱৰ্তনত ভাষণ দিয়ে। গোলকীয় অৰ্থনীতিৰ বিভিন্ন প্রেক্ষাপটৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পাৰ হৈ যোৱা সময়ছোৱাত দেখা দিয়া চাপ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চ...

March 20, 2025 3:27 PM

views 20

ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। এই ঘটনাটোত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্...

March 20, 2025 3:21 PM

views 22

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে ২০১৪ চনৰ পৰাই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছেঃ ভাগীৰথ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰ কৃষকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত চৰকাৰে ২০১৪ চনৰ পৰাই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী ভাগীৰথ চৌধুৰীয়ে আজি সদনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে প্রধানমন্ত্রী কিষাণ সন্মান নিধি ...