December 5, 2025 8:01 PM
33
অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান কৰিব। অনুষ্ঠানত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে...