March 28, 2025 1:00 PM

views 19

গুৱাহাটীত কাইলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বৈঠকত পৰিষদৰ সচিব দেৱজিৎ শ‍ইকীয়াৰ লগতে ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেট দলৰ নিৰ্বাচক মণ্ডলীৰ মুৰব্বী অজিত আগৰকাৰ উপস্থিত থাকিব বুলি পৰিষদৰ স...

March 27, 2025 9:23 PM

views 10

চহকাৰ সে সমৃদ্ধিৰ পদক্ষেপৰ অংশ হিচাপে চহকাৰ টেক্সি নামৰ বাহন সেৱা মুকলি কৰা হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে অ'লা আৰু উবেৰৰ পাছত এটা সমবায়ৰ পদক্ষেপেৰে যাত্ৰীৰ আহ-যাহৰ বাবে চহকাৰ টেক্সি নামৰ এটা বাহন সেৱা মুকলি কৰিব বুলি ঘোষণা কৰিছে। লোকসভাত বিতৰ্কত অংশ লৈ শ্ৰীশ্বাহে কয়, যে চহকাৰ সে সমৃদ্ধিৰ পদক্ষেপৰ অংশ হিচাপে এই সেৱা আৰম্ভ কৰা হ'ব। তেওঁ অনাগত কেইটামান মাহৰ ভ...

March 27, 2025 9:22 PM

views 12

হুৰিয়তৰ অনুমোদনপ্রাপ্ত দুটা বিচ্ছিন্নতাবাদী গোট মূলসুঁতিলৈ ঘূৰি আহিছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি হুৰিয়তৰ অনুমোদনপ্রাপ্ত দুটা বিচ্ছিন্নতাবাদী গোট মূল সুঁতিলৈ ঘূৰি আহিছে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপনেৰে তেওঁ কয়, যে তেহৰিকী ইস্তেকলাল আৰু তেহৰিক-ই-ইস্তিকামত নামৰ দুটা বিচ্ছিন্নতাবাদী গোটে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিকশিত ভাৰতৰ প্ৰতি...

March 27, 2025 9:21 PM

views 11

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বন্ধু আৰু কৃষকৰ কল্যাণৰ হকে অহৰহ কাম কৰি আহিছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বন্ধু আৰু কৃষকৰ কল্যাণৰ হকে অহৰহ কাম কৰি আহিছে বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে এই বিবেচনাৰে কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হৈছে। শ্রীচৌহানে কয়, যে ৰাজ্য চৰকাৰসমূহে ন্যূনতম সমৰ্থন মূল্যৰ তলত কৃষকৰ উৎপাদিত স...

March 27, 2025 9:20 PM

views 12

নেপালত বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি

নেপালত এই বৰ্ষৰ বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি দিয়া হৈছে। নেপালৰ পৰ্যটন বিভাগৰ সূত্ৰই জনোৱা মতে, মুঠ ৫৮ গৰাকী লোকে এইবাৰ পৰ্বতাৰোহণৰ বাবে অনুমতি লাভ কৰিছে। ইয়াৰে ১৮ গৰাকী মহিলা আৰু ৪০ গৰাকী পুৰুষ। মুঠ ৮ টা পৰ্বতাৰোহণ দলত অন্তৰ্ভুক্ত হোৱা এই পৰ্বতাৰোহীসকলে অন্নপূর্ণা ১ৰ লগতে বিভিন্ন শৃংগ আৰোহণ ...

March 27, 2025 9:18 PM

views 11

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ সামৰণি

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি সামৰণি পৰিছে। সামৰণিৰ দিনটোত খেলুৱৈসকলে টেবুল টেনিছত তেওঁলোকৰ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। টেবুল টেনিছৰ ফাইনেলৰ পুৰুষৰ ক্লাছ ছিক্স শাখাৰ য়েছডি আছপি ভামগাৰাই সোণৰ পদক আৰু বিকাশ ঠাকুৰে ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ ক্লাছ ছিক্স শাখাত ভাৱিকা কুকাডিয়াই সোণৰ পদক ...

March 27, 2025 9:17 PM

views 11

গুৱাহাটীৰ নেডফী অভিৱৰ্তন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে আজিৰ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ আজি ভৈয়াম আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। ধর্তি আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫...

March 27, 2025 8:31 PM

views 20

দৰং জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অসম মন্ত্ৰী সভাৰ বৈঠকত অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত দৰং জিলাত ৫৭২ কোটি টকা ব্যয় সাপেক্ষে এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অনুমোদন জনায়। চিকিৎসা মহাবিদ্যালয়খনৰ লগতে এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় আৰু  এখন জি এন এম নাৰ্ছিং স্কুল স্থাপনতো আজিৰ বৈঠকত অনুমোদন জনোৱা হ...

March 27, 2025 8:30 PM

views 34

অসম মন্ত্ৰীৰ বৈঠকত ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত

অসম চৰকাৰে ৰাজ্যখনত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণৰ কামসমূহ অধিক পাৰদৰ্শিতাৰে চোৱাচিতা কৰাৰ বাবে ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত লৈছে। আজি আবেলি দিশপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ ব...

March 27, 2025 8:28 PM

views 14

কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যৰ কৃষকক অতিৰিক্ত মূল্য প্রদানত অসম মন্ত্ৰীসভাৰ অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যখনৰ কৃষকসকলক অতিৰিক্ত মূল্য প্রদানতো অনুমোদন জনায়। সেই অনুসৰি ধানৰ প্ৰতি কুইণ্টলত কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰা ২ হেজাৰ ৫৫০ ট...